ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও চহৰত কলঙৰ খহনীয়া প্ৰতিৰোধ আৰু সৌন্দৰ্য্য বৰ্ধনৰ বাবে ২.৩২ কোটি টকাৰ আঁচনি

ASSAM TIMES POST by ASSAM TIMES POST
December 31, 2019
Reading Time: 1 min read
A A
0
নগাঁও চহৰত কলঙৰ খহনীয়া প্ৰতিৰোধ আৰু সৌন্দৰ্য্য বৰ্ধনৰ বাবে ২.৩২ কোটি টকাৰ আঁচনি

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ দুয়োপাৰে বিভিন্ন অংশত হোৱা গৰাখহনীয়া প্ৰতিৰোধৰ লগতে কলঙৰ পাৰৰ সৌন্দৰ্য্য বৰ্ধনৰ বাবে নগাঁৱৰ জলসম্পদ বিভাগে শেহতীয়াকৈ প্ৰচেষ্টা হাতত লৈছে । বিভাগটোৱে অসম চৰকাৰৰ ৰাজ্যিক উন্নয়ন শিতান(এছ অ’পি ডি)ৰ অধীনত এই আঁচনি খনৰ কামৰ বাবে ২ কোটি ৩২ লাখ ৫০ হেজাৰ টকা আবন্টন দিছে ।

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

এই ধন ৰাশিৰে নগাঁও চহৰৰ হয়বৰগাঁৱৰ মাজৰআটি তেলিয়াগাঁও চাৰিআলিৰ সমীপত আঁচনিখন ৰূপায়ণ কৰিব । এছ অ’ পি ডি আঁচনিৰ অধীনত কলঙৰ খহনীয়া প্ৰতিৰোধ আৰু সৌন্দৰ্য্য বৰ্ধনৰ এই আচঁনিখনৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। আধাৰশিলা স্থাপন অনুষ্ঠানত নগাঁও জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ জ্যোতি দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা সুৰজিৎ ভৰালী আৰু প্ৰবীণ শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

WhatsApp Image 2019 12 31 at 06.09.02 | ASSAM TIMES POST

আঁচনি খনৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও চহৰৰ উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে কেতবোৰ আঁচনি গ্ৰহণ কৰা হৈছে। ইতিমধ্যে চহৰখনৰ তিনি শতাধিক পথ পকীকৰণ কৰা হৈছে।তাৰোপৰি, চহৰখনৰ মাজেৰে বৈ যোৱা কলং নৈৰ সৌন্দৰ্য বৰ্ধনৰ বাবেও আমি পদক্ষেপ গ্ৰহণ কৰিছো। চহৰখনৰ আইন মহাবিদ্যালয়ৰ সমীপৰ দলং খনৰ পৰা ৰত্নকান্ত বৰকাকতী দলং পৰ্যন্ত কলং নৈৰ পাৰত পদপথ নিৰ্মাণ কৰা হ’ব, যাতে ৰাইজে পুৱা-গধূলি এই পদপথেৰে কলঙৰ পাৰত খোজ কাঢ়িব পাৰে। বিধায়ক শৰ্মাই আৰু কয় যে কলং হৈছে নগঞা ৰাইজৰ আয়ুস ৰেখা স্বৰূপ। এই কলং খন বোৱাই নিয়াত আমাৰ চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। আমিও কলং নৈৰ সৌন্দৰ্য বৰ্ধনৰ বাবে পদক্ষেপ লৈছোঁ।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx