ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কা বিৰোধী প্ৰতিবাদত উত্তাল শিৱসাগৰঃ ৰংঘৰ বাকৰিৰ পৰা বছৰৰ প্ৰথম দিনটোতে দাবী উঠিল কা বাতিল কৰাৰ দাবী

ASSAM TIMES POST by ASSAM TIMES POST
January 1, 2020
Reading Time: 1 min read
A A
0
কা বিৰোধী প্ৰতিবাদত উত্তাল শিৱসাগৰঃ ৰংঘৰ বাকৰিৰ পৰা বছৰৰ প্ৰথম দিনটোতে দাবী উঠিল কা বাতিল কৰাৰ দাবী

কা বিৰোধী প্ৰতিবাদত উত্তাল শিৱসাগৰঃ ৰংঘৰ বাকৰিৰ পৰা বছৰৰ প্ৰথম দিনটোতে দাবী উঠিল কা বাতিল কৰাৰ দাবী

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

বিপ্লৱী শিল্পী মহেন্দ্র হাজৰিকাৰ জাতীয় চেতনাৰ গানে প্ৰাণ পালে ৰংঘৰ বাকৰিত
কা বাতিলৰ দাবীত সমূহীয়া মুণ্ডন
ৰং তুলিকাৰে শিল্পীৰ প্ৰতিবাদ।
নেদেখা জনৰ সমুখত প্ৰাৰ্থনা কৰাতেই সীমিত ৰাইজৰ মাজত এইবাৰ নাই নৱবৰ্ষৰ উছাহ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

আছিফ আলি, শিৱসাগৰঃ ২০২০ বৰ্ষৰ প্ৰথম দিনটোতে আজি ঐক্য সেনা অসমৰ উদ্যোগত শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰ বাকৰিত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত শিৱসাগৰীয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

WhatsApp Image 2020 01 01 at 05.18.43 | ASSAM TIMES POST

পুৱাৰ প্ৰতিকূল বতৰকো নেওচি বিপুল সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাই অংশগ্ৰহণ কৰে আৰু কথাৰে গানেৰে কা বাতিল কৰাৰ দাবী উত্থাপন কৰে।জাতীয় চেতনাৰ বাবে বছৰৰ ৩৬৫ দিনৰ ভিতৰত এটি দিন জাতীয় চেতনা দিৱস পালন কৰাৰ বাবে আহ্বান জনোৱা শিল্পী হাজৰিকাই শাসকৰ শুভ বুদ্ধি উদয় নোহোৱা পৰ্যন্ত ৰাইজে আন্দোলন গণতান্ত্ৰিক ভাবে চলাই যোৱাৰ পোষকতা কৰে।কাৰ্যসূচীত বহু কেইজন ছাত্ৰ নেতা,বিশিষ্ট নাগৰিকৰ লগতে স্থানীয় ভালেমান শিল্পীয়ে গীত কবিতা পৰিবেশন কৰে আৰু CAA ৰ বিৰুদ্ধে ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনায়।

WhatsApp Image 2020 01 01 at 05.18.42 2 | ASSAM TIMES POST

ইফালে এই প্ৰতিবাদ থলীতে CAA বাতিল কৰাৰ দাবীত সেনাৰ কেইবাজনো সংগ্ৰামীয়ে সমূহীয়া ভাবে মুণ্ডন কৰে।

সাম্প্ৰতিক পৰিবেশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ নতুন বছৰক আদৰৰ বাবে ৰংপুৰীয়া ৰাইজৰ মাজত বিশেষ উৎসাহ দেখা নগল।বিগত বছৰ সমূহত বছৰৰ প্ৰথম দিনটোত শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰ্যটন থলী সমূহ লোকে লোকৰণ্য হৈ পৰে।

WhatsApp Image 2020 01 01 at 05.18.41 | ASSAM TIMES POSTকিন্তু এইবাৰ পৰিবেশ ভিন্ন আছিল।বনভোজ খোৱা অথবা পৰিয়ালৰ নিবিড় সময় অতিবাহিত কৰা লোকৰ সংখ্যা এই স্থান সমূহত এইবাৰ আছিল আঙুলিৰ মূৰত লিখিব পৰা ধৰণেৰে অতি সামান্য।অধিকাংশ ৰাইজে পুৱাৰ ভাগত মঠ মন্দিৰ সমূহলৈ গৈ নতুন বছৰ ভালকৈ অতিবাহিত হোৱাৰ বাবে নেদেখা জনৰ সমুখত প্ৰাৰ্থনা কৰাতেই সীমিত আছিল।ৰাইজৰ মাজত এইবাৰ নৱবৰ্ষ বুলি বিশেষ উৎসাহ উদীপনা নাই বুলিয়ে কব পাৰি।

WhatsApp Image 2020 01 01 at 05.18.42 | ASSAM TIMES POST

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx