ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিকমত ভয়াবহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, চিকিৎসক পৰিয়ালৰ ৪জন গুৰুতৰভাবে আঘাটপ্ৰাপ্ত

ASSAM TIMES POST by ASSAM TIMES POST
January 2, 2020
Reading Time: 1 min read
A A
0
ডিকমত ভয়াবহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, চিকিৎসক পৰিয়ালৰ ৪জন গুৰুতৰভাবে আঘাটপ্ৰাপ্ত

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিব্ৰুগড়ঃ যোৱা নিশা প্ৰায় ১১.৩০ বজাত ডিব্ৰুগড়ৰ ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় এজন চিআৰপিএফৰ জোৱান। ইংৰাজী নতুন বছৰৰ প্ৰথম নিশাই সংঘটিত হোৱা ভয়াবহ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু আৰু চাৰিগৰাকীকৈ লোক আঘাটপ্ৰাপ্ত হোৱা ঘটনাই শোকাৱহ কৰি তুলিছে অঞ্চলবাসীক।

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

ঘটনাৰ বিবৰণী মতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিকম চাহ গৱেষণা সন্থাৰ তিনিআলীত যোৱা নিশা তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া(সদৰ)ডাঃ নৱজ্যোতি গগৈ পৰিয়ালসহ ডিব্ৰুগড়লৈ আহি থকা অৱস্থাত উক্ত এলেকাত এখন তীব্ৰ বেগী ট্ৰাকে অভাৰটেক কৰি চিকিৎসকৰ মহিন্দ্ৰা(৫০০) এক্স ইউ ভিত(এএচ-০৬-ইউ-১৮১৩) প্ৰচণ্ড গতিত সন্মুখৰ পৰা খুন্দা মাৰি পলায়ন কৰে।

গুৰুতৰভাবে ডিঙী আৰু ভৰিত আঘাটাপ্ৰাপ্ত চিকিৎসক নৱজ্যোতি গগৈয়ে কয় যে তেঁওৰ গাড়ী খুন্দিওৱাৰ পূৰ্বে আন এখন বাহনত খুন্দিয়াই পলাবলৈ যত্ন কৰোতেই চিকিৎসকগৰাকীৰ গাড়ীত খুন্দা মাৰি উক্ত ঘটনা সংঘটিত কৰে। নিশা আৰু ঘোপ মৰা এন্ধাৰৰ বাবে পলকতে কি হ’ল সেয়া বুজিবই পৰা নাছিল। সেই সময়ত দিনেন্দ্ৰ সিনহা নামৰ এগৰাকী চিআৰপিএফৰ জোৱানে চাবুৱাৰ পৰা ডিব্ৰুগড় সদৰৰ ১৭১নং বেটেলিয়নৰ শিবিৰলৈ ডব্লিউবি ৭৪এটি ৯১২৪ নম্বৰৰ এখন স্কুতিৰে গৈ আছিল।

উক্ত স্কুতিখনক তীব্ৰবেগী ট্ৰাকখনে মহতীয়াই নিয়াৰ ফলতেই স্কুতি খনৰ আৰোহী তথা চিআৰপিএফৰ জোৱান সিনহাৰ ঘটনাস্থলীতে নিহত হয়। নিহত জোৱান জনৰ ঘৰ কাছাৰত বুলি জানিব পৰা গৈছে। আনহাতে নিশাৰ ভাগত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত কেবল স্কুতিখনৰ সতে দূৰৈত জোৱানজনৰ মৃতদেহ আৰু এক্স ইউ ভি গাড়ীখন ৰে’লৱেৰ ৰেলিঙৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা দেখি প্ৰথমে এস্ক ইউ ভি গাড়ীখনে স্কুতিখনক মহতিয়াই নিয়া বুলি সন্দেহ কৰিছিল।

পিছত গাড়ীৰ গৰাকীক ফোন কৰাতহে আৰক্ষীয়ে উৰহী গছৰ ওৰ বিছাৰি পায়। যিয়েই নহওক নিশাৰ ভাগত ট্ৰাকৰ দৌৰাত্ম্যই সকলোকে চিন্তিত কৰি তুলিছে। দূৰ্ঘটনা ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ সন্ধানত আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে বুলি জানিব পৰা গৈছে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx