ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Lok sabha election 2024 : কংগ্ৰেছ ত্যাগ টিকট বঞ্চিত খালেকৰ, গুৱাহাটীত আপৰ প্ৰাৰ্থী প্ৰত্যাহাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 15, 2024
Reading Time: 1 min read
A A
0
Lok sabha election 2024 : কংগ্ৰেছ ত্যাগ টিকট বঞ্চিত খালেকৰ, গুৱাহাটীত আপৰ প্ৰাৰ্থী প্ৰত্যাহাৰ

RELATED POSTS

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে ব্যাপক পৰিকল্পনাৰে আগবাঢ়িছে। লগতে কোনো বিসম্বাদ অবিহনে প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা। কিন্তু ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ ভিতৰ চ’ৰাত অব্যাহত আছে বিসম্বাদ আৰু দলত্যাগ। যাৰ বাবে দলটোৱে এতিয়াও নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সম্পূৰ্ণভাৱে সংগঠিত হ’ব পৰা নাই।

বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত চলি থকা মুকলি সংঘাত তীব্ৰ হৈ পৰিছে। এজন এজনকৈ দলীয় নেতাই কংগ্ৰেছ ত্যাগ (Quit Congress) কৰাৰ পিছত এইবাৰ দলত্যাগ কৰিলে আন এগৰাকী জ্যেষ্ঠ নেতা তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে (Congress leader Abdul Khaleque)। নিৰ্বাচনত দলীয় টিকট নোপোৱাৰ পিছতে তেওঁ পদত্যাগ কৰে।

ইতিমধ্যে তেওঁৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ (Resignation letter sent to President Mallikarjun Kharge) কৰিছে। অৱশ্যে তেওঁ পদত্যাগ পত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ বিৰুদ্ধে অভিযোগ আনে।

আনহাতে, আন এক ঘটনাক্ৰমত শুকুৰবাৰে আম আদমী পাৰ্টীয়ে (Aam Aadmi Party) গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ (Guwahati Lok Sabha candidate withdrawn) কৰে। আপে এক সংবাদ মেলযোগে এই কথা সদৰী কৰে। আগন্তুক নিৰ্বাচনত বিজেপি বিৰোধী প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত কৰিবলৈ আপৰ প্ৰাৰ্থী ভবেন চৌধুৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা ঘোষণা কৰে। ইয়াৰ বিপৰীতে দলটোৱে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CongressLeaderAbdulKhalequeআব্দুলখালেক
Share4Tweet3Send

Related Posts

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

by News Desk
September 16, 2026
50
Sonapur Protests 400kV Line : Residents Warn of Wider Unrest
Assam

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

by News Desk
September 15, 2026
51
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
59
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
54
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
55
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
50
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d