ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on election commissioner act : নিৰ্বাচন আয়ুক্ত নিযুক্তি আইন স্থগিত ৰাখিবলৈ ইচ্ছুক নহয় উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
March 21, 2024
Reading Time: 1 min read
A A
0
SC on election commissioner act : নিৰ্বাচন আয়ুক্ত নিযুক্তি আইন স্থগিত ৰাখিবলৈ ইচ্ছুক নহয় উচ্চতম ন্যায়ালয়

RELATED POSTS

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

New Logo Smal 2 | ASSAM TIMES POST

নিৰ্বাচন আয়োগে (Election Commission) ইতিমধ্যে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনাও জাৰি কৰা হৈছে। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়ুক্তৰ নিযুক্তি সন্দৰ্ভত আইন স্থগিত ৰাখিবলৈ ইচ্ছুক নহয়। বৃহস্পতিবাৰে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ (Appointment of Election Commissioner) গোচৰত এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ (Supreme Court)। কেৱল সেয়াই নহয়, নির্বাচনৰ পূর্বে আয়ুক্ত নিযুক্তিৰ ওপৰত স্থগিতাদেশ দিলে বিশৃংখলতাৰ সৃষ্টি হ’ব পাৰে বুলিও আদালতে কয়৷

উল্লেখযোগ্য যে দেশত এজন মুখ্য নিৰ্বাচন আয়ুক্তকে ধৰি মুঠ তিনিজন নিৰ্বাচন আয়ুক্ত থাকিব লাগে। কিন্তু অৰুণ গোৱেলে যোৱা মাহত হঠাতে নিৰ্বাচন আয়ুক্ত পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পূৰ্বে আন এজন নিৰ্বাচন আয়ুক্ত অনুপ পাণ্ডেই ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰিছিল। ফলত নিৰ্বাচন আয়ুক্তৰ দুয়োটা পদ খালী হৈ পৰে। বিৰোধীয়ে এই প্ৰশ্ন উত্থাপন কৰে যে মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’বনে নহয়। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে দুগৰাকী নিৰ্বাচনী আয়ুক্তৰ পদ পূৰণৰ উদ্যোগ লয়। ১৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্ব সমিতিয়ে নিৰ্বাচন আয়োগৰ খালী পদ দুটাৰ বাবে দুজন আমোলা নিযুক্তি দিয়ে। সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক দেশৰ নিৰ্বাচন আয়ুক্ত দুগৰাকী হিচাপে নিযুক্তি দিয়া হয়।

Election | ASSAM TIMES POST

এই নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হয়। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তি সন্দৰ্ভত মোডী চৰকাৰৰ আইনক প্ৰত্যাহ্বান জনোৱা হয়। বিবাদীসকলৰ অধিবক্তা প্ৰশান্ত ভূষনে কয় যে আয়োগত এটা পদ খালী আছিল। কিন্তু আমি আশা কৰিছিলো যে এটা স্বতন্ত্ৰ পেনেল নিযুক্তি দিয়া হ’ব। কিন্তু বাস্তৱত সেয়া নহ’ল।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ এখন বিভাগীয় বিচাৰপীঠে নিজৰ পৰ্যবেক্ষণত কয় যে নিৰ্বাচনৰ পূৰ্বে নিযুক্তি আইনসমূহৰ ওপৰত স্থগিতাদেশ জাৰি কৰাটো উচিত নহয়। আৰু যি দুজন নতুন নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়া হৈছে, তেওঁলোকৰ বিৰুদ্ধে কোনো অভিযোগ নাই। সেয়েহে আদালতে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰাৰ কোনো কাৰণ দেখা নাপায়। ন্যায়াধীশগৰাকীয়ে লগতে কয়, “এয়া ভাৰসাম্যৰ প্ৰশ্ন। নিৰ্বাচনৰ সন্মুখত যদি আয়ুক্তসকলক অপসাৰণ কৰা হয় তেন্তে নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে।”

উল্লেখযোগ্য যে নৰেন্দ্ৰ মোডী চৰকাৰে অনা নতুন আইনত নিৰ্বাচন আয়ুক্তক নিযুক্তি সন্দৰ্ভত কমিটীৰ পৰা আঁতৰাইছে দেশৰ মুখ্য ন্যায়াধীশক। এই কমিটীত প্ৰধানমন্ত্ৰী, তেওঁৰ পছন্দৰ আন এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু লোকসভাত বিৰোধী দলৰ নেতা থাকে। ফলত বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰৰ সংখ্যাগৰিষ্ঠতা আৰম্ভণিৰে পৰাই নিযুক্তি সমিতিত আছে।

কংগ্ৰেছ নেতা জয়া ঠাকুৰ আৰু এডিআৰৰ দৰে সংগঠনে নিৰ্বাচন আয়ুক্ত আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক গোচৰ ৰুজু কৰে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কেন্দ্ৰই সেই আবেদনসমূহ খাৰিজ কৰিবলৈ আন্দোলন কৰে আৰু কয় যে আবেদনকাৰীসকলে নতুনকৈ নিযুক্তি পোৱা নিৰ্বাচনী আয়ুক্তসকলৰ অৰ্হতাক লৈ কোনো প্ৰশ্ন উত্থাপন কৰা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AppointmentofElectionCommissionerনিৰ্বাচনআয়ুক্তনিযুক্তি
Share4Tweet3Send

Related Posts

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

by News Desk
October 3, 2026
55
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
51
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

by News Desk
October 3, 2026
51
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
53
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

by News Desk
October 3, 2026
51
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

by News Desk
October 3, 2026
51
ADVERTISEMENT
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
50
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
50
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
50
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d