ASSAM TIMES POST
নিউজ ডেক্সঃ তিনিবাৰকৈ তিনি মন্ত্ৰীয়ে আধাৰশিলা কৰিও পূৰ্ণ কৰিব নোৱাৰিলে এখন বিশেষ দলঙক।
বিগত ১৭-১৮ বছৰে কেৱল আধাৰশিলা স্থাপন কৰি কামৰ সীমাবদ্ধ ৰাখিলে চৰকাৰে।
ৰহাৰ চাপৰমুখ কচুৱাত কপিলী নদীৰ ওপৰত নিৰ্মিয়মান পকী দলংখন আজিও মুকলি হৈ নুঠিল।













