ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Prasant Kishore on vote prediction I নিৰ্বাচনৰ বিষয়ে আৰু ভৱিষ্যদ্বাণী নকৰে প্ৰশান্ত কিশোৰে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 8, 2024
Reading Time: 1 min read
A A
0
Prasant Kishore on vote prediction I নিৰ্বাচনৰ বিষয়ে আৰু ভৱিষ্যদ্বাণী নকৰে প্ৰশান্ত কিশোৰে

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

বহু নিৰ্বাচনৰ ভৱিষ্যত নিৰ্ণয় কৰিলে যদিও ভোটকৌশলী প্ৰশান্ত কিশোৰে (Prasanta Kishore) ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভৱিষ্যদ্বাণী মিলাব নোৱাৰিলে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তিনিদিন পিছত অৱশেষত ‘ভুল’ মানি ল’লে প্ৰশান্তই। একে সময়তে ঘোষণা কৰে যে আৰু কোনো দিনেই তেওঁ নিৰ্বাচনৰ ভৱিষ্যদ্বাণী নকৰে।

Prasant Kishore on vote prediction I
নিৰ্বাচনৰ বিষয়ে আৰু ভৱিষ্যদ্বাণী নকৰে প্ৰশান্ত কিশোৰে:

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত সমীক্ষাকাৰী প্ৰশান্তই এই ফলাফলৰ ভৱিষ্যদ্বাণী কৰিছিল। ২১ মে’ত যেতিয়া দেশত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হয়, তেতিয়া প্ৰশান্তই এক সাক্ষাৎকাৰত কয় যে বিজেপিয়ে ২০১৯ চনৰ ‘কাৰ্য্যক্ষমতা’ বজাই ৰাখিব। ২০১৯ চনত ৫৪৩খন আসনৰ ভিতৰত কেৱল বিজেপিয়েই ৩০৩খন আসন লাভ কৰিছিল।

বিজেপি নেতৃত্বাধীন এন ডি এয়ে লাভ কৰে ৩৩৬খন আসন। প্ৰশান্তই কয়, বিজেপিয়ে ৪০০ পাৰ হোৱাৰ কথা যিমানেই নকওক কিয়, মই নাভাবো যে সেয়া সম্ভৱ। সেইটো কৰিবলৈ বিজেপিয়ে ৩৭০খন আসন লাভ কৰিব লাগিব। তেনেকুৱা কৰিব নোৱাৰে। কিন্তু মই ভাবো বিজেপি ২৭০ৰ তললৈ নাযায়। মই ভাবো তেওঁলোকে ২০১৯ চনৰ ফলাফল ধৰি ৰাখিব।”

এতিয়া তেওঁ কয়, “হয়, মোৰ ভুল হ’ল। এজন ভোটকোশলী হিচাপে ভুল হৈছিল। মই সেই ভুলটো মানি লৈছোঁ।” এটা সাক্ষাৎকাৰত প্ৰশান্তই পোনপটীয়াকৈ কয়, “নিৰ্বাচনত আসনৰ সম্ভাৱ্য সংখ্যাৰ বিষয়ে মই আৰু কেতিয়াও কোনো ভৱিষ্যদ্বাণী নকৰো। মই মোৰ বিশ্লেষণ দিলোঁ। আৰু আজি মই কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিছো যে মোৰ বিশ্লেষণ ভুল আছিল। কেৱল ভুল নহয়, ২০ শতাংশ নম্বৰৰ পাৰ্থক্য আছিল।”

কিন্তু একে সময়তে প্ৰশান্তই কয়, “মই এজন ভোটকোশলী। মোৰ কাম হৈছে ভোটৰ ৰণকৌশল ঠিক কৰা। সাধাৰণতে মই ভোটদানৰ ফলাফলৰ বিষয়ে ভৱিষ্যদ্বাণী নকৰো। এইবাৰো কৰা উচিত নাছিল।

যোৱা দুবছৰত এই সংখ্যাটোক লৈ দুবাৰকৈ মূৰ ঘামোৱাৰ ভুল কৰিলোঁ। ইয়াৰ পূৰ্বে মই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত কৰিছিলোঁ (যদিও পশ্চিমবংগত বিধানসভাৰ নিৰ্বাচন তিনিবছৰ আগতে হৈছিলস ২০২১ চনত)। আৰু এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত। কিন্তু সংখ্যাটো বাদ দিলে দেখিব যে মই কোৱা কথাখিনিত কোনো ভুল হোৱা নাছিল।”

Tags: নিৰ্বাচনৰ বিষয়ে আৰু ভৱিষ্যদ্বাণী নকৰেপ্ৰশান্ত কিশোৰে
Share4Tweet3Send

Related Posts

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

by News Desk
August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

by News Desk
August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

by News Desk
August 4, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

ADVERTISEMENT
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT