ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী,প্ৰশান্ত ফুকনক আছুৰ কলা পতাকা : অৰ্দ্ধশতাধিক আছুক আটক

ASSAM TIMES POST by ASSAM TIMES POST
January 10, 2020
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST
ডিব্ৰুগড় :ৰাজ্যৰ শাসকীয় দলৰ মন্ত্ৰী বিধায়ক সকলক কলা পতাকাৰ ভূতে খেদি ফুৰাৰ সময়তে ডিব্ৰুগড়ত পুনৰ কলা পতাকাৰ সন্মুখীন হবলগীয়া এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হব লগীয়া হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকন।ডিব্ৰুগড়ত আছুৱে কলা পতাকা দেখুৱাই কেবল ক্ষান্ত নাথাকি ব্যাপক ধৰ্ণাৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

বিশাল আৰক্ষী বাহিনীৰ সন্মুখতে আছুৱে এই প্ৰতিবাদ ৰূপায়ন কৰে।আজি ডিব্ৰুগড়ত বিজেপিয়ে শান্তি সভা অনুষ্ঠিত কৰাৰ বাবে আৰ্বতভৱনত গোপন জিলা প্ৰশাসনৰ সকলো উচ্চ পদস্থ বিষয়াবৰ্গৰ সতে এক ৰুদ্ধদ্বাৰ বৈঠকত বহাৰ সময়তে আছুৱে ডিব্ৰুগড়ৰ আৰ্বত ভৱনৰ সন্মুখত কলা পতাকা লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকনৰ লগতে বিজেপিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি সহ দলৰ বহুকেইজন শীৰ্ষ বিষয়-ববীয়াক লৈ শান্তি সভা সন্দৰ্ভত এক বৈঠকত মিলিত হৈছিল।জানিব পৰা মতে ডিব্ৰুগড়ৰ খনিকৰত বিজেপিয়ে অহা ১৯ জানুৱাৰীত এক শান্তি সভা অনুষ্ঠিত কৰাৰ বাবে ভিতৰুৱাকৈ প্ৰস্তুতি চলাইছে।

ডিব্ৰুগড়ৰ আবৰ্ত ভৱনত এই উপলক্ষে মিলিত হোৱাৰ সময়তে আছুৰ নেতৃবৰ্গই কলা পতাকা প্ৰদৰ্শন কৰি বৰ তাল বজাই বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।ডিব্ৰুগড় আৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ প্ৰচেষ্টা কৰোতে আছু আৰু আৰক্ষীৰ সতে হতাহতি হয়।

অৱশেষত আৰক্ষীয়ে আছুৰ জিলাৰ উপদেষ্টা লিখন বৰুৱা,উদ্দীপ জ্যোতি গগৈ,ডিব্ৰুগড়ৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ,খগেন দত্ত,ৰাজা গগৈ,গুঞ্জন মেছ,পল্লব তাঁতী,পাপু চুতীয়া,মুনমুন বৰা,বিতুপন চাংমাই,তনুজ হালৈ,অভিলেষ শইকীয়া,কৃতী কমল দাস,মনোজ বৰগোঁহাই,বিকাশ মিচং,চিৰঞ্জিত গগৈ,চন্দন সোণোৱাল,বিকাশ গগৈ,প্ৰিয়ম প্ৰতিম সোণোৱাল,পাপু শইকীয়াকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক আতক কৰি সদৰ থানালৈ লৈ আহে।

আছুৰ কৰ্মকৰ্তা সকলে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰনতে মানি লোৱা নহব বুলি সকীয়াই দিয়া লগতে ডিব্ৰুগড়ত অশান্তি বিয়পোৱাৰ বাবে বিজেপিয়ে শান্তি সভা আয়োজিত কৰিব নোৱাৰিব বুলি পুনৰবাৰ সকীয়াই দিয়ে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx