ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar Rape and Murder case । আৰ জি কৰৰ কাণ্ডত জড়িত সহকৰ্মীও, ভুক্তভোগী চিকিৎসকৰ পিতৃ-মাতৃয়ে চিবিআইক দিলে নাম

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 17, 2024
Reading Time: 1 min read
A A
0
RG Kar Violence I আৰ জি কৰ তাণ্ডৱৰ ঘটনাত ১৯ জনক গ্ৰেপ্তাৰ

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

আৰ জি কৰৰ চিকিৎসকক (RG Kar Rape Case) ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত তেওঁৰ সহযোগীও জড়িত হ’ব পাৰে। এই কথা সন্দেহ কৰিছে ভুক্তভোগী চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়ে। লগতে চিকিৎসালয়খনৰ কেইবাগৰাকীও চিকিৎসক আৰু ইণ্টাৰ্ণৰ নামো তেওঁলোকে চিবিআইক দিয়ে। এই কথা প্ৰকাশ কৰিছে সংবাদ সংস্থা পিটিআয়ে। চিবিআইৰ এগৰাকী বিষয়াই এই কথা সংবাদ সংস্থাটোক জনোৱা বুলি উল্লেখ কৰা হৈছে।

RG Kar Rape and Murder case ।
আৰ জি কৰৰ কাণ্ডত জড়িত সহকৰ্মীও:

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, আৰ জি কৰত নিহত চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়ে কেন্দ্ৰীয় তদন্ত সংস্থাটোক জনাইছে যে তেওঁলোকৰ কন্যাক ধৰ্ষণ আৰু হত্যাকাণ্ডত মাত্ৰ এজন ব্যক্তিয়ে জড়িত আছিল বুলি তেওঁলোকে বিশ্বাস নকৰে।

বৰঞ্চ তেওঁলোকৰ অনুমান এই ঘটনাৰ লগত এজনতকৈ অধিক ব্যক্তি জড়িত। এই সমগ্ৰ ঘটনাত চিকিৎসালয়খনৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰো হাত থাকিব পাৰে। নিহত চিকিৎসকৰ সৈতে কাম কৰা একাংশ লোকৰ নাম চিবিআইক জনায়। তেওঁলোকৰ ওপৰত সন্দেহ কৰাৰ কাৰণো তেওঁ দাঙি ধৰে। চিবিআয়ে তেওঁলোকক জেৰা কৰিব পাৰে।

চিবিআইৰ সূত্ৰ অনুসৰি, মৃত চিকিৎসকৰ পিতৃ-মাতৃক সোধা-পোছাৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰি প্ৰথমে ঘটনাৰ তদন্ত আৰম্ভ কৰা কলকাতা আৰক্ষীৰ কেইবাগৰাকীও বিষয়াক জেৰা কৰা হ’ব। কেন্দ্ৰীয় সংস্থাটোৱে জানিব বিচাৰিব যে আৰক্ষীয়ে কি উৎসৰ পৰা এই তথ্য সংগ্ৰহ কৰিছে। চিবিআইৰ সূত্ৰ অনুসৰি, এই ঘটনাৰ সৈতে জড়িত কমেও ৩০ জন লোকক এই পৰ্যন্ত চিনাক্ত কৰা হৈছে। তেওঁলোকৰ জেৰা প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

আনহাতে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও মৃত চিকিৎসকগৰাকীৰ সহকৰ্মীসকলৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়, “পুৱা ২ বজাৰ পিছত ছোৱালীজনী শুই গৈছিল। তেতিয়ালৈকে তেওঁ সহকৰ্মীসকলৰ লগত আছিল। পিছদিনা পুৱা ৯ বজাত মৃতদেহটো উদ্ধাৰ কৰে। ইমান সময়ে কোনেও কিয় তেওঁক বিচৰা নাছিল?”

আনহাতে, শুকুৰবাৰে চিবিআয়ে আৰ জি কৰৰ একাংশ চিকিৎসককো চমন কৰে। চি জি অ’ কমপ্লেক্সতো অংশগ্ৰহণ কৰে। কিছু সময়ৰ বাবে তেওঁলোকক জেৰা কৰা হৈছিল। ইয়াৰ পূৰ্বেও চিবিআয়ে কেইবাজনো চিকিৎসকক সোধা-পোছা কৰে। আৰ জি কৰৰ মৃত চিকিৎসকগৰাকীৰ বিভাগটোৰ মুৰব্বী অৰুণাভ দত্ত চৌধুৰীও শুকুৰবাৰে চি বি আইৰ কাৰ্যালয়ত হাজিৰ হয়।

উল্লেখ্য যে যোৱা ৯ আগষ্টত আৰ জি কৰৰ জৰুৰীকালীন বিভাগৰ চাৰিমহলীয়া চেমিনাৰ হলৰ পৰা এগৰাকী মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তেওঁক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ। এই পৰ্যন্ত এই ঘটনাত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। শুকুৰবাৰে আৰ জি কৰৰ স্থানলৈ লৈ যোৱা হয় অভিযুক্তক। আৰ জি কৰৰ প্ৰাক্তন সঞ্চালক সন্দীপ ঘোষক শুকুৰবাৰে চি জি অ’ কমপ্লেক্সত দীৰ্ঘসময় ধৰি জেৰা কৰে। শনিবাৰে তেওঁক পুনৰ চমন কৰা হয়। পুৱাই তেওঁ তাত উপস্থিত হয়।

Tags: আৰ জি কৰৰ কাণ্ডত জড়িত সহকৰ্মীওচিবিআইক দিলে নামভুক্তভোগী চিকিৎসকৰ পিতৃ-মাতৃয়ে
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

by News Desk
July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx