ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Central Govt DA Increases I পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পুনৰ বৃদ্ধি ডি এ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 16, 2024
Reading Time: 1 min read
A A
0
Central Govt DA Increases I পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পুনৰ বৃদ্ধি ডি এ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

উৎসৱৰ বতৰত কেন্দ্ৰীয় চৰকাৰৰ (Central Govt)  কৰ্মচাৰীৰ বাবে ভাল খবৰ। সপ্তম দৰমহা আয়োগৰ অধীনত পুনৰ বৃদ্ধি পাইছে ডি এ। কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে দশেৰাৰ আগেয়ে পাব ভাল খবৰ৷ জানিব পৰা মতে, অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিব।

Central Govt DA Increases I
পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পুনৰ বৃদ্ধি ডি এ:

সূত্ৰ অনুসৰি, সপ্তম দৰমহা আয়োগৰ অধীনত ডি এ ৩ শতাংশ বৃদ্ধি পাব। ২৫ ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰা হ’ব। তেনে ক্ষেত্ৰত অক্টোবৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নতুন ডি এ লাভ কৰিব।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৫০ শতাংশ হাৰত ডি এ লাভ কৰি আছে। সপ্তম দৰমহা আয়োগৰ অধীনত যদি ডি এ ৩ শতাংশ বৃদ্ধি পায় তেন্তে তেওঁলোকে ৫৩ শতাংশ হাৰত ডি এ লাভ কৰিব।

সাধাৰণতে বছৰত দুবাৰকৈ দৰমহা, ডি এ বৃদ্ধি কৰা হয়। ইতিমধ্যে জানুৱাৰীৰ পৰা জুনলৈ ৪ শতাংশ বৃদ্ধি কৰা হৈছে ডি এ। এইবাৰ ৩ শতাংশ বৃদ্ধি কৰা হ’ব ডি এ। সাধাৰণতে অক্টোবৰ মাহত ঘোষণা কৰা হয় এই বৃদ্ধি। অৱশ্যে সূত্ৰ অনুসৰি, ডি এ বৃদ্ধিৰ কথা ছেপ্টেম্বৰৰ শেষৰ ফালে ঘোষণা হ’ব পাৰে।

Tags: পুনৰ বৃদ্ধি ডি এপূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰবাবে ভাল খবৰ
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

August 1, 2026
50
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT