ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

Heroin Seized I অসম-নাগালেণ্ড সীমান্তত হেৰইন সহ দুজন সৰবৰাহকাৰীক আটক: 

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
September 29, 2024
Reading Time: 1 min read
A A
0
Breaking: Assam Police Seize Heroin from Smugglers at Nagaland Border

RELATED POSTS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

দেওবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটত অসম -নাগালেণ্ড সীমান্তৰ লাহৰিজানত আৰক্ষীয়ে সন্দেহযুক্ত হেৰইন সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ এক গোপন খবৰৰ ভিত্তিত লাহৰিজান গেইটৰ ওচৰত এক নাকা স্থাপন কৰে খটখটী আৰক্ষীয়ে ৷

অসম-নাগালেণ্ড সীমান্তত হেৰইন সহ দুজন সৰবৰাহকাৰীক আটক
অসম-নাগালেণ্ড সীমান্তত হেৰইন সহ দুজন সৰবৰাহকাৰীক আটক:

উক্ত সময়ত গৌতম বস্তিৰ পৰা লাহৰিজান অভিমুখে নম্বৰ প্লেট বিহীন ইয়ামাহা এমটি মটৰ চাইকেলেৰে আহি থকা অৱস্থাত ডিমাপুৰ বৰ্মা কেম্পৰ জামাল হুছেইন ( ২৮)লোকজনক তালাচী চলাই দুটা চাধা টেমাত ভৰাই অনা ১৪ ‘ ৬০ গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু গাওঁৰক্ষী বাহনিয়ে ৷

পিছত জামাল হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত লাহৰিজান নতুন বস্তিৰ আব্দুল কাদিৰ (৩৭)কো আটক কৰে আৰক্ষীয়ে ৷ খটখটী থানাৰ অচি নিতুল, শইকীয়া, বোকাজানৰ চিআই নৱ শইকীয়া, এছআই অমৰজ্যোতি শৰ্মা আৰু বিমান চেতিয়াৰ লগতে থানা ষ্টাফৰ সহযোগত চলিছিল নাকা তালাচী অভিযান৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসম -নাগালেণ্ড সীমান্তআব্দুল কাদিৰইয়ামাহা এমটি মটৰ চাইকেলএছআই অমৰজ্যোতি শৰ্মাখটখটী আৰক্ষীখটখটী থানাৰ অচি নিতুলগাওঁৰক্ষী বাহনীগোপন খবৰগৌতম বস্তিচাধা টেমাজামাল হুছেইনডিমাপুৰ বৰ্মা কেম্পতালাচীদুজন সৰবৰাহকাৰীদেওবাৰে সন্ধিয়ানাকা তালাচী অভিযাননাকা স্থাপনবিমান চেতিয়াবোকাজানৰ চিআই নৱ শইকীয়ালাহৰিজানশইকীয়াসন্দেহযুক্ত হেৰ'ইনহেৰ'ইন উদ্ধাৰ
Share10Tweet6Send

Related Posts

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী
BREAKING NEWS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

by News Desk
September 4, 2026
56
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

by ASSAM TIMES POST
September 3, 2026
55
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
97
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d