ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পশ্চিম কাৰ্বিআংলঙত CAA বিৰোধী বিশাল প্ৰতিবাদী সভাঃ ‘অসম বাচিলেহে কাৰ্বি আংলং বাচিব’-লাচিত বৰদলৈ

ASSAM TIMES POST by ASSAM TIMES POST
January 20, 2020
Reading Time: 1 min read
A A
0
পশ্চিম কাৰ্বিআংলঙত CAA বিৰোধী বিশাল প্ৰতিবাদী সভাঃ ‘অসম বাচিলেহে কাৰ্বি আংলং বাচিব’-লাচিত বৰদলৈ
  • পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼত কাৰ বিৰুদ্ধে প্ৰতিবাদী গণ সমাৱেশ
  • সন্মিলিত সংগ্ৰাম পৰিষদ, এএছ ডিচি, কেএছ এই আৰু কেএনচিএৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী গণ সমাৱেশত সহস্ৰাধিক লোকৰ সমগম হয়

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

পশ্চিম কাৰ্বি আংলংঃ

ৰাজ্যৰ সৰ্বত্ৰে সম্প্ৰতি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। পশ্চিম কাৰ্বি আংলং জিলাতো সন্মিলিত সংগ্ৰাম পৰিষদ, এএছডিচি, কেএচ এই আৰু কেএনচিএ-এ আজি কা বিৰোধী প্ৰতিবাদী গণ সমাৱেশ অনুষ্ঠিত কৰে।‌ পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকে এই প্ৰতিবাদী সমাৱেশত অংশ লৈ কা ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

WhatsApp Image 2020 01 20 at 04.08.44 1 | ASSAM TIMES POST

এই প্ৰতিবাদী গণ সমাৱেশত সন্মিলনত সংগ্ৰাম পৰিষদৰ সমন্বয়কদ্বয় লাচিত বৰদলৈ, হলিৰাম তেৰাং,সাহিত্য আৰু সংস্কৃত কৰ্মী মোলান লস্কৰ,আদিবাসী ৰাষ্ট্ৰীয় দলৰ কাৰ্যকৰী সভাপতি বীৰেণ মিৰ্ধা উপস্থিত থাকে। সন্মিলিত স‍ংগ্ৰাম পৰিষদৰ সমন্বয়ক লাচিত বৰদলৈয়ে কয় যে, কাৰ্বি আংলঙক বচাবলৈ হ’লে প্ৰথমতে অসমখনক বচাব লাগিব।

WhatsApp Image 2020 01 20 at 04.08.44 | ASSAM TIMES POST

অসম বাচিলেহে কৰ্বিআংলং তথা পশ্চিম কৰ্বিআংলং বাচিব। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৰ্বিআংলং আৰু পশ্চিম কাৰ্বিআংলঙত “কা”ৰ কোনো প্ৰভাৱ নপৰে বুলি পাৰ্বত্য এলেকাৰ হোজা লোকসকলক আভোৱাহে ভোৱাইছে। সভাত “কা” বিৰোধী উদত্ত ভাষন প্ৰদান কৰি নতুন ৰাজনৈতিক দল খোলাৰ পোষকতা কৰে বৰদলৈয়ে। আনহাতে সাহিত্য আৰু সংস্কৃতি কৰ্মী মোলান লস্কৰে কয় যে, “কৃষক নেতা তথা এই “ক” বিৰোধী আন্দোলনৰ মূল গুৰি ধৰোঁতা অখিল গগৈক চৰকাৰে মিচা অভিযোগ জাপি দি গ্ৰেপ্তাৰ কৰিছে। গগৈক অতিশীঘ্ৰে বিনা চৰ্তত মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাইছে।

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx