ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুজৰাটত ১৪ বছৰীয়া ছাত্ৰক লৈ পলাল ২৬ বছৰীয়া শিক্ষয়িত্ৰী

ASSAM TIMES POST by ASSAM TIMES POST
January 21, 2020
Reading Time: 1 min read
A A
0
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক:

এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ৷ বয়স ১৪ বছৰ৷ ছাত্ৰজনক পঢ়াই এগৰাকী শিক্ষয়িত্ৰীয়ে৷ বয়স ২৬ বছৰ৷ কিছুদিন ধৰি ছাত্ৰ আৰু শিক্ষয়িত্ৰীৰ মাজত চলিছিল প্ৰেম৷ অৱশেষত শিক্ষয়িত্ৰীয়ে পলুৱাই নিলে ছাত্ৰজনক৷ এয়া হিন্দী চিনেমাৰ কাহিনী নহয়৷ বা কোনো গল্পৰ কাহিনী নহয়৷ এই ঘটনা ঘটিছে গুজৰাটৰ গান্ধীনগৰত৷

ইতিমধ্যে ছাত্ৰজনক ফুচুলাই লৈ গৈছে বুলি পিতৃয়ে আৰক্ষীক অভিযোগ দিছে৷ নিখোজ ছাত্ৰজনৰ পিতৃ গুজৰাট চৰকাৰৰ চাকৰিয়াল৷ শুকুৰবাৰে পিতৃ সন্ধিয়া ৭ বজাত চাকৰিৰ পৰা ঘুৰি আহি পুত্ৰক ঘৰত নাপালে৷ এই বিষয়ত তেওঁ কয়, তেওঁৰ পত্নীয়ে বিয়লি ৪ বজালৈকে পুত্ৰ ঘৰত থকাৰ কথা কয়৷ এলেকাত বিচাৰি নাপালে পুত্ৰক৷ তাৰ পাছত শিক্ষয়িত্ৰীগৰাকীৰ ঘৰলৈ যায়৷

তাতো কোনো নাছিল৷’ ইয়াৰ পাছতে পিতৃয়ে গুজৰাটৰ কালোল মহানগৰ আৰক্ষীক অভিযোগ দিয়ে৷ আৰক্ষীয়ে জনোৱা মতে নিখোঁজ ছাত্ৰজনৰ লগত প্ৰায় এবছৰ ধৰি শিক্ষয়িত্ৰীগৰাকীৰ সম্পৰ্ক আছিল৷ তেওঁলোকৰ ঘনিষ্ঠতাৰ কথা বিদ্যালয় কৰ্তৃপক্ষই জানিছিল৷ তাৰ বাবে সতৰ্ক কৰিও দিছিল৷ আৰক্ষীয়ে জনোৱা মতে সম্পৰ্ক মানক বা নামানক শুকুৰবাৰে ছাত্ৰজনক লৈ পলাই গৈছে শিক্ষয়িত্ৰীগৰাকী৷

পলাতকৰ হাতত নাই ম’বাইল ফোন৷ ফলত ছাত্ৰ আৰু শিক্ষয়িত্ৰী ক’ত আছে আৰক্ষীয়ে ঠাই নিৰ্ণয় কৰিব পৰা নাই৷

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx