ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Salman Khan : ছলমান খানৰ নতুন বিপদ; লৰেন্স বিষ্ণয়ৰ কাষত থিয় দিছে তেওঁৰ পৰিয়াল

নিউজ ডেস্কঃ

News Desk by News Desk
October 23, 2024
Reading Time: 1 min read
A A
0
Salman Khan : ছলমান খানৰ নতুন বিপদ; লৰেন্স বিষ্ণয়ৰ কাষত থিয় দিছে তেওঁৰ পৰিয়াল

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

লৰেন্স বিষ্ণয়ৰ পৰিয়ালে (Laurence Bishnoy’s family) এইবাৰ থিয় দিছে তেওঁৰ কাষত। কাৰাগাৰত থকা গেংষ্টাৰৰ দৰেই তেওঁলোকেও ছলমান খানে হৰিণ হত্যাৰ বাবে (Salman Khan kills deer) ক্ষমা খুজিব লাগে বুলি দাবী (Demand that an apology be sought) জনায়। লৰেন্সৰ পৰিয়ালে ছলমানৰ পৰিয়াললৈও আঙুলিয়াইছে। তেওঁলোকে লগতে অভিযোগ কৰে যে ছলমানৰ পিতৃয়ে বিষ্ণয় সমাজৰ আৱেগক আঘাত দিছে। ইয়াৰ উপৰি লৰেন্সৰ পৰিয়ালে দাবী কৰে যে তেওঁ নিৰ্দোষী। তেওঁক লক্ষ্য কৰি লোৱা হৈছে। ধনৰ বাবে কাকো ভাবুকি দিয়া নাই।

লৰেন্সৰ পক্ষত এই কথা কৈছে তেওঁৰ ভাতৃ ৰমেশ বিষ্ণয়ে। সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে ছলমান খানে ক্ষমা খুজিব লাগে। তেওঁৰ পৰিয়ালে আমাৰ ধৰ্মীয় আৱেগক লৈ খেলি আহিছে। যদি ছলমানে ক্ষমা খুজিব নোৱাৰে তেন্তে আইনে আইন মানি চলিব।

উল্লেখ্য যে কৃষ্ণমৃগক বিষ্ণয় সম্প্ৰদায়ৰ লোকে পূজা কৰে। উক্ত প্ৰজাতিৰ হৰিণক হত্যা কৰাৰ অভিযোগ ছলমানৰ বিৰুদ্ধে। ১৯৯৮ চনত যোধপুৰত ‘হাম সাথ সাথ হ্যে’ ছবিখনৰ শ্বুটিং কৰি থকা অৱস্থাত ছলমান কৃষ্ণসাৰ হৰিণ হত্যা কৰা বুলি অভিযোগ উঠিছে। ৰাজস্থান উচ্চ ন্যায়ালয়ে ২০১৮ চনত তেওঁক ইয়াৰ বাবে দোষী সাব্যস্ত কৰে। পাঁচ বছৰৰ কাৰাদণ্ডও বিহে। এই ৰায়ৰ বিৰুদ্ধে ছলমানে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। তাত তেওঁৰ জামিন মঞ্জুৰ কৰা হয়। আনহাতে, ২০১৫ চনৰ পৰা লৰেন্স জে’লত আছে। তেওঁৰ বিৰুদ্ধে একাধিক অপৰাধমূলক অভিযোগ আছে। ২০১৮ চনত লৰেন্সে জে’লৰ পৰায়ে ঘোষণা কৰিছিল যে তেওঁ ছলমানক হত্যা কৰিব। অভিযোগ অনুসৰি, বিগত কেইসপ্তাহমানৰ পৰা ছলমানে লৰেন্স বিষ্ণয় গোটৰ সদস্যসকলৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। ইয়াৰ পিছতে ছলমানৰ নিৰাপত্তা বৃদ্ধি কৰা হয়।

larnce 1 | ASSAM TIMES POST
ছলমান খানৰ নতুন বিপদ; লৰেন্স বিষ্ণয়ৰ কাষত থিয় দিছে তেওঁৰ পৰিয়াল

আনহাতে, ৰমেশৰ দাবী যে ছলমানৰ বিৰুদ্ধে বিষ্ণয় সমাজৰ সকলোৰে ক্ষোভ। তেওঁ কয়, “আমাৰ সমাজে গছ-গছনি আৰু বন্যপ্ৰাণীক ভালপায়। আমাৰ ৩৬৩ জন পূৰ্বপুৰুষে গছ বচাবলৈ প্ৰাণ দিছিল। ছলমানে কৃষ্ণসাৰক বধ কৰাৰ সময়ত প্ৰতিজন বিষ্ণয় ক্ৰোধিত হৈ পৰিছিল। আমি বিষয়টো আদালতৰ ওপৰত এৰি দিলোঁ। কিন্তু আমাৰ সমাজখনক উপহাস কৰা হʼল। ইয়াৰ পিছৰ পৰাই আমি ক্ষোভিত। এতিয়া এই বিষয়ত সমগ্ৰ সমাজে লৰেন্সক সমৰ্থন কৰিছে।”

তেওঁ লগতে দাবী কৰে যে ছলমানে বিষ্ণয় সম্প্ৰদায়ক ধন দিব বিচাৰে। কিন্তু তেওঁলোকে ল’বলৈ অস্বীকাৰ কৰে। ৰমেশেও ছলমানৰ পিতৃ চেলিম খানক কটাক্ষ কৰে। তেওঁ কয়, “ছলমানৰ পিতৃয়ে কৈছে যে লৰেন্সৰ গ্ৰুপে টকাৰ বাবে এই সকলোবোৰ কৰি আছে। মই তেওঁক সোঁৱৰাই দিব বিচাৰিছোঁ যে এবাৰ তেওঁৰ ল’ৰাই আমাৰ সন্মুখত এখন চেকবুক ধৰি তাত যিকোনো পৰিমাণৰ টকা লিখি দিব বুলি কৈছিল। আমি টকা বিচাৰিলে সেই অফাৰটো গ্ৰহণ কৰিলোঁহেঁতেন।”

লৰেন্সৰ ভাতৃ ৰমেশে লগতে দাবী কৰে যে আদালতে অভিনেতাজনক দোষী সাব্যস্ত কৰে। কিন্তু লৰেন্সৰ বিৰুদ্ধে উত্থাপিত কোনো অভিযোগেই প্ৰমাণিত নহ’ল। লৰেন্সৰ দলটোৱে মহাৰাষ্ট্ৰৰ এনচিপি নেতা বাবা ছিদ্দিকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উক্ত অভিযোগ খণ্ডন কৰে ৰমেশে। তেওঁ কয় যে তদন্তই প্ৰমাণ কৰিব যে লৰেন্স এই হত্যাকাণ্ডৰ বাবে দোষী হয়নে নহয়। তেওঁ লগতে এইটোও দাবী কৰে যে লৰেন্সে কেতিয়াও টকাৰ বাবে একোৱেই কৰা নাছিল। তেওঁলোকৰ পৰিয়ালৰ যথেষ্ট মাটি আৰু ধন আছে।

Tags: LaurenceBishnoySalmanKhanছলমানখান-লৰেন্স বিষ্ণয়
Share4Tweet3Send

Related Posts

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by News Desk
July 5, 2026
50
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

by News Desk
July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

by News Desk
July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

by News Desk
July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

by News Desk
July 4, 2026
50
ADVERTISEMENT
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী
Science

Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx