ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sunita Williams : ভাৰতলৈ আহিবৰ মন সুনীতা উইলিয়ামছৰ, ইছৰোৰ প্ৰতিনিধিক সাক্ষাতৰ ইচ্ছা প্ৰকাশ

নিউজ ডেস্কঃ

News Desk by News Desk
April 1, 2025
Reading Time: 1 min read
A A
0
Sunita Williams : ভাৰতলৈ আহিবৰ মন সুনীতা উইলিয়ামছৰ, ইছৰোৰ প্ৰতিনিধিক সাক্ষাতৰ ইচ্ছা প্ৰকাশ

RELATED POSTS

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

মহাকাশচাৰী (Astronauts) সুনীতা উইলিয়ামছে (Sunita Williams) ভাৰতলৈ আহিব বিচাৰিছে (Wants to come to India)। এই কথা ভাৰতীয় মূলৰ নাছা মহাকাশচাৰীগৰাকীয়ে পৃথিৱীলৈ উভতি অহাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ গুজৰাটত। এতিয়াও তেওঁৰ আত্মীয় মহেছানা জিলাৰ ঝুলাছান গাঁৱত থাকে। মহাকাশত ২৮৬ দিন কটাই অহা সুনীতাক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ সুনীতায়ো ভাৰত ভ্ৰমণৰ আগ্ৰহ প্ৰকাশ কৰে। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰোৰ মহাকাশ গৱেষণা দল (ISRO Space Research Team)ক লগ কৰিবলৈও তেওঁ আগ্ৰহী।

সুনীতাৰ পিতৃ দীপক পাণ্ডিয়াৰ জন্ম হৈছিল গুজৰাটত। তেওঁৰ মাতৃ উৰ্চুলিন বনি পাণ্ডিয়া শ্লোভাক-আমেৰিকান। পৃথিৱীলৈ ঘূৰি অহাৰ পিছৰে পৰা সুনীতা আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰী বুচ উইলম’ৰ নাছাৰ তত্ত্বাৱধানত আছে। মহাকাশচাৰীসকল মহাকাশৰ পৰা উভতি অহাৰ পিছত বহু শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। মাধ্যাকৰ্ষণৰ লগত পুনৰ খাপ খুৱাবলৈও কিছু সময় লাগে।

ভাৰতলৈ আহিবৰ মন সুনীতা উইলিয়ামছৰ, ইছৰোৰ প্ৰতিনিধিক সাক্ষাতৰ ইচ্ছা প্ৰকাশ

গতিকে নাছাৰ ক্ৰু কোৱাৰ্টাৰত তেওঁলোকৰ চিকিৎসা আৰু অন্যান্য শাৰীৰিক পৰীক্ষা কৰা হয়। ইফালে ভাৰতীয় সময় অনুসৰি মঙলবাৰে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ মুখামুখি হয় সুনীতা। ভাৰতলৈ অহাৰ সন্দৰ্ভত সুনীতাই কয়, “মোৰ আশা আৰু মই নিশ্চিতভাৱে জানো যে মই মোৰ দেউতাৰ দেশলৈ গৈ তাত থকা লোকসকলক লগ পাম। মই ইছৰোৰ পৰৱৰ্তী অভিযানত কাম কৰা ভাৰতীয় মহাকাশ গৱেষকসকলক লগ পাবলৈ আগ্ৰহী।”

ইছৰোৰ মহাকাশ গৱেষকসকলক লগ পাবলৈ তেওঁ যথেষ্ট আগ্ৰহী বুলি জনায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত প্ৰায় ৯ মাহ কটোৱাৰ পিছত সুনীতাই পৃথিৱীলৈ উভতি আহে। মহাকাশৰ অভিজ্ঞতা তেওঁ ইছৰোৰ দলৰ সৈতে ভাগ-বতৰা কৰিব বিচাৰিছে। ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰীগৰাকীয়ে কয়, “মই আশা কৰিছোঁ যে কোনো এটা সময়ত তেওঁলোকক (ইছৰোৰ প্ৰতিনিধিসকলক) লগ পাম আৰু যিমান পাৰি ভাৰতৰ সৈতে মোৰ অভিজ্ঞতা ভাগ-বতৰা কৰিম।”
যোৱা বছৰৰ ৫ জুনত মহাকাশলৈ গৈছিল সুনীতা। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আঠ দিন কটাই পৃথিৱীলৈ উভতি অহাৰ কথা আছিল। কিন্তু যিখন বিমানত তেওঁলোক গৈছিল, সেইখন বয়িং ষ্টাৰলাইনাৰৰ যান্ত্ৰিক ত্ৰুটি আছিল। ফলত আঠদিনীয়া ভ্ৰমণ ২৮৬ দিনলৈ সলনি কৰা হয়। অৱশেষত ভাৰতীয় সময় অনুসৰি ১৯ মাৰ্চৰ পুৱাৰ ভাগত সুনীতা আৰু বুচ পৃথিৱীলৈ উভতি আহে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SunitaWilliamsWantscomeIndiaসুনীতাউইলিয়ামছ
Share4Tweet3Send

Related Posts

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

by News Desk
September 14, 2026
50
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

by News Desk
September 14, 2026
50
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ
National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

by News Desk
September 14, 2026
50
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

by News Desk
September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

by News Desk
September 14, 2026
50
ADVERTISEMENT
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
50
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d