ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi adderessed nations : অপাৰেচন সিন্দুৰ, প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
May 12, 2025
Reading Time: 1 min read
A A
0
PM Modi adderessed nations : অপাৰেচন সিন্দুৰ, প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাই আৰম্ভ কৰা অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ ভাষণৰ সাৰাংশ :

অপাৰেচন সিন্দুৰ, প্ৰথমবাৰৰ বা দেশবাসীক সম্বোধন কৰি কি ক'লে প্ৰধানমন্ত্ৰীয়ে
অপাৰেচন সিন্দুৰ, প্ৰথমবাৰৰ বা দেশবাসীক সম্বোধন কৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে

– যেতিয়া দেশ একগোট হয়, তেতিয়া সকলোৰে আগত দেশ আহে আৰু তাৰ ফলো পোৱা যায়। পাকিস্তানৰ সন্ত্রাসবাদীক মষিমূৰ কৰিবলৈ ভাৰতে চলোৱা আক্ৰমণত সন্ত্রাসবাদী সংগঠনেই নহয়, তেওঁলোকৰ মনোবলো ভাঙি দিয়া হৈছে।
– অপাৰেচন সিন্দুৰৰ সফতাৰ বাবে তেওঁলোকৰ (সেনাৰ) পৰাক্রমক আমি দেশৰ সকলো মাতৃ, সকলো মহিলাৰ ওচৰত উছৰ্গা কৰিছো। পত্নী, সন্তানৰ সন্মুখত ধর্ম সুধি পহেলগামত নৃশংসভাৱে হত্যা কৰা হৈছে। আমাৰ বাবে এয়া ক্রূৰতা। এই ঘটনাৰ পিছত সকলোৱে সন্ত্রাসবাদৰ বিৰুদ্ধে সমস্বৰে মাত মাতিছে। সন্ত্ৰাসবাদীয়ে বুজি গৈছে মাতৃ-ভগ্নীৰ সেন্দূৰ মোচাৰ পৰিণাম ।

– আমাৰ স্কুল-কলেজ, সাধাৰণ নাগৰিক ঘৰ-দুৱাৰ, মন্দিৰ পাকিস্তানে লক্ষ্য কৰিলে। তাতো ব্যর্থ হ’ল। বিশ্বই দেখিলে কেনেদৰে পাকিস্তানৰ ড্রোন, মিছাইল ভাৰতৰ হাতত ধূলিসাৎ হ’ল। তিনি দিনত পাকিস্তানক যি অৱস্থা কৰা হৈছে, ভবাবিবই পৰা নাছিল।

– বিশ্বত ডাঙৰ ডাঙ সন্ত্রাসবাদী আক্ৰমণ একেডাল সূতাৰে বন্ধা। সেয়ে ভাৰতে সন্ত্রাসবাদৰ ‘হেড কোৱার্টাৰ’ ভাঙি দিছে। পাকিস্তান হতাশ, নিৰাশ হৈছে।

– আমাৰ সেনাবাহিনী সদা সতর্ক। আকাশ, জলৰ পৰা স্থল- সর্বত্রে আমি প্রস্তুত আছো। ভৱিষ্যতে প্রয়োজন হ’লে পুনৰ প্ৰত্যুত্তৰ দিয়া হ’ব। কোনো ‘নিউক্লিয়াৰ ব্লেকমেইল’ ভাৰতে সহ্য নকৰে।

– ‘ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদ’ৰ ডাঙৰ উদাহৰণ পহেলগাম কাণ্ড। প্রত্যেকখন যুদ্ধক্ষেত্ৰত আমি পাকিস্তানক পর্যদুস্ত কৰিছো। অপাৰেচন সিন্দুৰতো আমি সেই শ্রেষ্ঠত্ব প্রমাণ কৰিছো। ‘মেড ইন ইণ্ডিয়া’ অস্ত্ৰই নিজৰ শ্রেষ্ঠত্ব প্রমাণ কৰিছে।

– আৰু সন্ত্রাসবাদীৰ ৰঙাচকু সহ্য নকৰে ভাৰতে। পাকিস্তানে যদি বাচি থাকিব বিচাৰে তেন্তে দেশৰ সন্ত্রাসবাদৰ আন্তঃগাঁথনি নির্মূল কৰিব লাগিব। ‘টেৰৰ’ আৰু ‘টক’ (সন্ত্রাস আৰু আলোচনা) একেলগে চলিব নোৱাৰে।

– এইবাৰ পাকিস্তানৰ সৈতে কথা হ’ব লাগিলে সন্ত্রাসবাদক লৈয়েই হ’ব। পাকিস্তানৰ সৈতে আলোচনা হ’লে এইবাৰ পাক অধিকৃত কাশ্মীৰক লৈ হ’ব। আজি বুদ্ধ পূর্ণিমা, শান্তিৰ পথো যুদ্ধৰেই আহে।

Tags: অপারেচন সিন্দুৰঅপারেচন সিন্দুৰৰ সফতটকটেৰৰদেশবাসীনিউক্লিয়াৰ ব্লেকমেইলনৃশংস হত্যাপহেলগামপাক অধিকৃত কাশ্মীৰপাকিস্তানপাকিস্তানৰ আন্তঃগাঁথনিপাকিস্তানৰ ড্রোনপাকিস্তানৰ লক্ষ্যপাকিস্তানৰ হতাশাপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীবিশ্ববুদ্ধ পূর্ণিমাভাষণভাৰতীয় সেনামাতৃ-ভগ্নীমিছাইলযুদ্ধযুদ্ধক্ষেত্ৰশান্তিৰ পথসতর্কসন্ত্রাসবাদসন্ত্রাসবাদী আক্ৰমণসন্ত্রাসবাদী সংগঠন.সন্ত্রাসবাদী ৰঙাচকুসন্ত্রাসবাদৰ বিৰুদ্ধেসন্ত্রাসবাদৰ হেড কোৱার্টাৰসমস্বৰে মাতসম্বোধনসেনাবাহিনীসেনাৰ পৰাক্রমৰাষ্ট্ৰৰ পৃষ্ঠপোষকতা‘মেড ইন ইণ্ডিয়া’
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

by News Desk
July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx