ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

80 years woman rape and murder । ডকাইতিৰ পিছত নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা ৮০ বছৰীয়া বৃদ্ধাক, এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 4, 2025
Reading Time: 1 min read
A A
0
Delhi rape case I দিল্লীত ৮৫ বছৰীয়া বৃদ্ধাক ধৰ্ষণ, ব্লেডেৰে কাটিলে ওঁঠ

RELATED POSTS

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

৮০ বছৰীয়া বৃদ্ধায়ো ৰেহাই নাপালে। ডকাইতিৰ পিছত ধৰ্ষণ (Rape and Murder) কৰি তেওঁক নৃশংসভাৱে হত্যা কৰা হয় । সোমবাৰে কৰ্ণাটকৰ কোলাৰ জিলাত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে অভিযুক্তক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কোলাৰ জিলাৰ শ্ৰীনিবাসপুৰা চহৰত সংঘটিত হৈছে এই ঘটনা। কোলাৰ জিলাৰ বাসিন্দা বৃদ্ধাগৰাকী।

80 years woman rape and murder ।
ডকাইতিৰ পিছত নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা ৮০ বছৰীয়া বৃদ্ধাক:

সোমবাৰে সন্ধিয়া শ্ৰীনিবাসপুৰাৰ মুলবাগাল পথৰ পথাৰ এখনৰ সমীপৰ গেৰেজত উদ্ধাৰ কৰে নিৰ্যাতিতাৰ ক্ষত-বিক্ষত মৃতদেহ। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ধৰ্ষণৰ পিছত তেওঁক হত্যা কৰা হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত ৩৭ বছৰীয়া যুৱকজন শ্ৰীনিবাসপুৰাৰ গফ্ফাৰ খান মহল্লাৰ বাসিন্দা।

দুদিনমান পূৰ্বে নিৰ্যাতিতা শ্ৰীনিবাসপুৰাৰ এখন গীৰ্জালৈ যাবৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল। ইয়াৰ পিছত তেওঁ দুদিন শ্ৰীনিবাসপুৰাত আছিল। ভ্ৰমণৰ অন্তত সোমবাৰে সন্ধিয়া তেওঁ ঘৰলৈ উভতি আহে। অভিযোগ অনুসৰি, সোমবাৰে সন্ধিয়া বৃদ্ধাগৰাকীয়ে বাছৰ বাবে অপেক্ষা কৰি আছিল।

তেতিয়াই অভিযুক্ত যুৱকজনে তেওঁৰ পিছে পিছে যায়। তাৰ পিছত সুযোগ লৈ বলপূৰ্বকভাৱে নিৰ্জন এলেকালৈ লৈ গৈ ধৰ্ষণ কৰে বুলি অভিযোগ উঠিছে। ধৰ্ষণৰ পিছত তেওঁক ডিঙি চেপি হত্যা কৰা হয়। অভিযোগ অনুসৰি, অভিযুক্তই পলায়নৰ পূৰ্বে মৃতকৰ বেগৰ পৰা ১৫ হাজাৰ টকাও লৈ যায়।

আৰক্ষীয়ে তদন্তৰ অন্তত অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। আৰক্ষীৰ দাবী যে ফুটেজত স্পষ্টকৈ দেখা গৈছে যে অভিযুক্তই বলপূৰ্বকভাৱে বৃদ্ধাগৰাকীক টানি লৈ গৈছে। আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে অভিযুক্তই কোনো প্ৰমাণ বাকী আছে নেকি চাবলৈ সেই স্থানলৈ উভতি যায়। সেই সময়ত আৰক্ষীয়ে তৎক্ষণাত তেওঁক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ দাবী যে অভিযুক্তই জেৰাৰ সময়ত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ কথাও স্বীকাৰ কৰে। ধন আৰু গহনা লুণ্ঠনৰ বাবে এই অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি অভিযুক্তই জানিবলৈ দিয়ে। ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এজনক গ্ৰেপ্তাৰডকাইতিৰ পিছত নৃশংসভাৱে ধৰ্ষণ কৰিহত্যা ৮০ বছৰীয়া বৃদ্ধাক
Share4Tweet3Send

Related Posts

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

by News Desk
September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
50
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

by News Desk
September 16, 2026
50
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
50
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d