ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Thieves arrested I জ্যেষ্ঠ লেখক সাংবাদিক পৱিত্ৰ বৰাৰ ঘৰত চোৰৰ চাফাই অভিযান

দুইচোৰক আটক আৰক্ষীৰ 

ASSAM TIMES POST by ASSAM TIMES POST
August 1, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST 

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:বৃহস্পতিবাৰে পুৱা  ৯ বজাতে জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰাৰ হাউছিং বৰ্ডৰ ঘৰৰ পৰা ২ টা ছিলিণ্ডাৰ,এটা ইনভাৰটাৰ, ইনভাটাৰৰ বেটৰী , বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জনোৱা সঁফুৰা আৰু কাহৰ কাহি লৈ চোৰে লৈ উধাও হোৱাৰ ঘটনা আজি পোহৰলৈ আহে  ৷ তেওঁৰ সন্মুখৰ ঘৰত থকা জীৱন টেৰণৰ ঘৰতো চোৰে ছাফাই অভিযান চলাই দ্ৰুণ কেমেৰা , SLR কেমেৰা, ২ টা ছিলিণ্ডাৰ ,বেটাৰীসহ ইনভাৰ্টাৰ আৰু কাহঁৰ কাঁহি-বাতি লৈ যায় ৷

RELATED POSTS

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

জ্যেষ্ঠ লেখক সাংবাদিক পৱিত্ৰ বৰাৰ ঘৰত চোৰৰ চাফাই অভিযান:
জ্যেষ্ঠ লেখক সাংবাদিক পৱিত্ৰ বৰাৰ ঘৰত চোৰৰ চাফাই অভিযান:

আজি সাংবাদিক পবিত্ৰ বৰা গুৱাহাটীৰ পৰা আহি পোৱাৰ পিছতে ৰাইজে দুটা চোৰ ধৰি দিয়ে৷এটাৰ নাম ৰাজু আলি আৰু আনটো গৰে তাঁতি ৷ তেওঁলোকে চোৰৰ গেংটোত পঁচা , ক্লাৰটুং আৰু দাঁতভঙা আছে বুলি স্বীকাৰ কৰিছে ৷ দুটা মাহে ডিফুত সন্ত্ৰাস চলোৱা চোৰৰ দলটোক এতিয়া আৰক্ষীয়ে উৎখাত কৰিব পাৰেনে নাই সেয়াহে লক্ষণীয় হ’ব ৷

Tags: ঘৰত চোৰৰ চাফাই অভিযান:জ্যেষ্ঠ লেখক সাংবাদিক পৱিত্ৰ বৰাৰ
Share4Tweet3Send

Related Posts

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
ADVERTISEMENT
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
50
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx