ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Father rape daughter I ৭ বছৰ ধৰি কন্যাক ধৰ্ষণ, গৰ্ভৱতী হোৱাত বিয়া দি পুনৰ ধৰ্ষণ পিতৃৰ: যাৱজ্জীৱন কাৰাদণ্ড

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 4, 2025
Reading Time: 1 min read
A A
0
Student gang rape : দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ কৰি ব্লেকমেইল, চাৰি সহপাঠীৰ নাম মাতৃক কৈ আত্মহত্যা কিশোৰীৰ

RELATED POSTS

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

কন্যাক দিনে দিনে ভাবুকি দি ধৰ্ষণ কৰে পিতৃয়ে (Father rape daughter) । গৰ্ভৱতী হোৱাৰ পিছত খৰখেদাকৈ বিয়া দি পুনৰ ধৰ্ষণ কৰাৰ দোষী সাব্যস্ত হয়। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ বাসিন্দা এজনক এই অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে আদালতে।

Father rape daughter I
৭ বছৰ ধৰি কন্যাক ধৰ্ষণ, গৰ্ভৱতী হোৱাত বিয়া দি পুনৰ ধৰ্ষণ পিতৃৰ:

আদালতৰ সূত্ৰ অনুসৰি, ছোৱালীজনী নাবালক অৱস্থাৰ পৰাই পিতৃয়ে তেওঁক যৌন নিৰ্যাতন চলাই আহিছিল। এটা সময়ত তেওঁ গৰ্ভৱতী হৈছিল। তাৰ পিছত পিতৃয়ে তেওঁক বিয়া পাতি দিয়ে। কিন্তু মাতৃ হোৱাৰ পিছত পিতৃয়ে পুনৰ ধৰ্ষণ কৰে।

ইয়াৰ অভিযোগকাৰী হৈছে মাতৃ আৰু কন্যা। গোচৰটোত অভিযুক্ত হয় পিতৃ। আৰক্ষীৰ সূত্ৰ অনুসৰি, ছোৱালীজনীৰ ১২ বছৰ বয়সৰ পৰাই পিতৃয়ে ধৰ্ষণ কৰি আহিছিল। এই অত্যাচাৰ সাত বছৰ ধৰি চলি থাকিল। মাত্ৰ ১৪ বছৰ বয়সতে গৰ্ভৱতী হয় কিশোৰীগৰাকী।

ইয়াৰ পিছত পিতৃয়ে তেওঁৰ বিয়া ঠিক কৰি দিয়ে। তাৰ পিছত ২০১৪ চনত সন্তান জন্ম দিয়ে। কিন্তু কিছুদিন পিছত মানুহজনে পুনৰ তেওঁৰ সৈতে একে আচৰণ কৰে। ২০১৯ চনৰ ৩ মে’ত কিশোৰীগৰাকীয়ে থানাত পিতৃৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। সৰুৰে পৰা পিতৃৰ ভয়তে জীয়াই থকা বুলি কয়। কিন্তু সহ্যৰ সীমা শেষ হৈ যোৱাত মাতৃক সকলো কথা কয়।

ছোৱালীজনীয়ে আদালতত কয়, “যেতিয়া মোৰ বয়স ১২ বছৰ আছিল (২০১২ চনত), এদিন মোৰ দেউতাই মোক বন্ধ কোঠাত এটা জঘন্য কাম কৰিছিল। সেইটোৱেই আছিল আৰম্ভণি। এনেকৈয়ে চলি থাকিল। ২০১৪ চনত মোৰ দেউতাই মোক বিয়া পাতি দিলে। কাৰণ, মই গৰ্ভৱতী আছিলোঁ। মই এটা সন্তান জন্ম দিলোঁ। সেই বিয়াৰ পিছত মোৰ দেউতাই মোক পুনৰ ধৰ্ষণ কৰিলে। মই আৰু সহি থাকিব নোৱাৰিলোঁ…”

আৰক্ষীয়ে সংশ্লিষ্ট গোচৰৰ তদন্ত কৰি প্ৰমাণ আৰু চিকিৎসা প্ৰতিবেদনৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰে। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত আদালতত দাখিল কৰা অভিযোগ পত্ৰখন শেহতীয়াকৈ আদালতত হাজিৰ কৰা হৈছিল।

ইফালে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ প্ৰমাণিত হোৱাৰ পিছতো অভিযুক্তই নিজকে নিৰ্দোষী বুলি দাবী কৰে। তেওঁৰ দাবী যে তেওঁৰ পত্নী আৰু কন্যাই তেওঁক ফচাই আছে। আদালতত থিয় হৈ অভিযুক্তই দাবী কৰে, “মোৰ ছোৱালীজনীৰ বিয়াৰ আগতে প্ৰেমৰ সম্পৰ্ক আছিল। মই তেওঁক সেই যুৱকজনৰ লগত বিয়া পাতি দিছিলো। ছোৱালীজনীৰ সন্তানৰ পিতৃ সেই যুৱকজন, মই নহয়।”

কিন্তু ন্যায়াধীশে সকলো প্ৰমাণৰ ভিত্তিত অভিযুক্তক দোষী সাব্যস্ত কৰে। যোৱা শুকুৰবাৰে অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ), ৩২৩ (ইচ্ছাকৃতভাৱে আঘাত কৰা), ৫০৬ (ফৌজদাৰী ষড়যন্ত্ৰ) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। কিন্তু অভিযোগ দাখিল কৰাৰ সময়ত ভুক্তভোগী মহিলাগৰাকী সাবালক হোৱাৰ বাবে পকছো (POCSO) গোচৰ ৰুজু হোৱা নাছিল।

আজীৱন কাৰাদণ্ডৰ লগতে অভিযুক্তই ৭১ হাজাৰ টকা জৰিমনা ভৰিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে। তেওঁৰ ২৪ বছৰীয়া কন্যাই পাব এই টকা। যদি সময়সীমাৰ ভিতৰত জৰিমনা আদায় নিদিয়ে তেন্তে অতিৰিক্ত শাস্তি ঘোষণা কৰা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গৰ্ভৱতী হোৱাত বিয়া দি পুনৰ ধৰ্ষণ পিতৃৰ:যাৱজ্জীৱন কাৰাদণ্ড৭ বছৰ ধৰি কন্যাক ধৰ্ষণ
Share4Tweet3Send

Related Posts

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

by News Desk
September 17, 2026
50
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ
National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

by News Desk
September 17, 2026
50
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 
National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

by News Desk
September 17, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

by News Desk
September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
52
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
51
ADVERTISEMENT
Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

September 17, 2026
50
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ
National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

September 17, 2026
50
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 
National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

September 17, 2026
50
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

September 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

September 17, 2026
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

September 17, 2026
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d