ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত অসম চাহ জনজাতি ছাত্ৰ সন্থা, কেন্দ্রীয় সমিতিৰ শপত গ্ৰহণ আৰু ন-পুৰণি সতীর্থ সন্মিলন

ASSAM TIMES POST by ASSAM TIMES POST
February 11, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত অসম চাহ জনজাতি ছাত্ৰ সন্থা, কেন্দ্রীয় সমিতিৰ শপত গ্ৰহণ আৰু ন-পুৰণি সতীর্থ সন্মিলন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

অজন্তা তালুকদাৰ, বোকাখাতঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা, কেন্দ্রীয় সমিতিৰ যােৱা ২৭, ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে ডিব্ৰুগড় চাউলখোৱাত অনুষ্ঠিত হােৱা সন্থাৰ অষ্টাদশ দ্বি-বার্ষিক অধিৱেশনত নৱ গঠিত কেন্দ্রীয় সমিতিৰ শপত গ্রহণ আৰু ন-পুৰণি সতীর্থ সন্মিলনখনি যোৱা ৯ ফেব্ৰুৱাৰীত বােকাখাতৰ কেন্দ্রীয় বিহুতলীত অনুষ্ঠিত হয়।

সন্থাৰ সভাপতি ৰাজেন কুমাৰে পতাকা উত্তোলন কৰি নৱ গঠিত কেন্দ্রীয় সমিতিৰ সমূহ বিষয়ববীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰি সন্থাটোক আগন্তুক দিনত এক নতুন চিন্তা-চেতনাৰে আগবঢ়াই লৈ যাবলৈ মন্তব্য প্রদান কৰে। তদুপৰি সন্থাৰ নৱ নির্বাচিত সভাপতি ধীৰাজ গােৱালাক সভাপতি হিচাপে নির্বাচিত কৰাৰ বাবে সদৌটিলৈ শলাগ জনাই আগন্তুক দিনত তেখেতৰ ওপৰত ন্যস্ত দায়িত্ব সতাৰে আৰু নিষ্ঠাৰে পালন কৰাৰ লগতে সন্থাটোক শক্তিশালী কৰি জনগােষ্ঠীটোৰ সমস্যা সমূহৰ সমাধানৰ পথ প্রশস্ত কৰাত নৱ নির্বাচিত সকলাে বিষয়ববীয়াৰ লগতে জ্যেষ্ঠ সকলৰ সহযােগিতা কামনা কৰে। সন্থাৰ সাধাৰণ সম্পাদক পৱন বেদিয়াই স্মৃতি তর্পন কৰি দেশ আৰু স্বজাতিৰ বাবে প্রাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰি জনগােষ্ঠীটোক আগুৱাই নিয়তি সহযােগ আগবঢ়োৱা প্ৰতিগৰাকী সন্থাৰ বিষয়ববীয়া তথা বৰেণ্য ব্যক্তিসকললৈ শ্রদ্ধা নিবেদন কৰি অনাগত দিন বিলাকত চাহ জনগােষ্ঠীৰ শৈক্ষিক, আর্থ-সামাজিক, সাংস্কৃতিক, বৌদ্ধিক বিকাশ আৰু ক্রীড়াৰ সমল সমূহ উদ্ভাৱন কৰাৰ লগতে অসমৰ জাতীয় সমস্যাসমূহক লৈ ঐক্যবদ্ধ সংগ্রাম অব্যাহত থাকিব বুলি সদৰি কৰে।

WhatsApp Image 2020 02 11 at 18.56.41 1 | ASSAM TIMES POST

বিয়লি ১ বজাত অধিৱেশনৰ নির্বাচনী পর্যবেক্ষক আত্মাৰাম কুমাৰ, মন্টু বাঢ়ৈ আৰু জিৎৰাম তাতীয়ে নৱ নির্বাচিত আটছাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ধীৰাজ গােৱালা আৰু সাধাৰণ সম্পাদক পৱন বেদিয়াকে প্রমুখ্য কৰি সন্থাৰ বিষয়ববীয়া তথা সন্থাৰ কার্যনির্বাহক সদস্য সকলক শপত বাক্য পাঠ কৰায়। বিয়লি ২ বজাত সন্থাৰ নৱ নির্বাচিত সভাপতি ধীৰাজ গােৱালাৰ সভাপতিত্বত আটছাৰ ন-পুৰণি সতীর্থ সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত অংশগ্রহণ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক পৱন সিং ঘাটোৱাৰে আটছাক সততাৰে আৰু ৰাজনীতিৰ উদ্ধত থাকি জাতিটোৰ স্বাৰ্থত কাম কৰিবলৈ মতপােষণ কৰে। সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কামাখ্য প্ৰসাদ তাছাই সন্মিলনত উপস্থিত থাকি বৌদ্ধিক চিন্তা-চেতনাৰে
জাতিটোৰ মাজৰে পৰা গৱেষক, লেখক সৃষ্টিৰে জনগোষ্ঠীটোক এক ঈপ্সিত লক্ষ্যত উপনীত কৰিবলৈ আটছাৰ নতুন সমিতিলৈ আহবান জনায়। সন্মিলনত আটছাৰ প্রাক্তন সভাপতি লোকেশ্বৰ কুৰ্মী, দুর্গা ভূমিজৰ লগতে ভােলাৰাম ৰাউতীয়া, ৰঞ্জন কালিন্দী, মুনীন গৌতম চাওঁৰা, ৰাজু ৰাজোৱাৰ, উৎপল চাওঁতাল, জিতু কিষাণ, অনিল কুর্মী, টুটুমণি পার্টনায়ক, মামনী গাজলু আদি প্রাক্তন আটছা কৰ্মীয়ে অংশগ্রহণ কৰে। সন্মিলনত চাহ জনগােষ্ঠীৰ জনপ্রিয় কণ্ঠশিল্পী কুমাৰ সুৰেশে গীত পৰিৱেশন কৰাৰ লগতে
মোনাবাৰী চাহ বাগিচাৰ উৰিয়া নৃত্য দল আৰু বােকাখাত চাহ বাগিচা ঝুমইৰ দলে নৃত্য প্রদর্শন কৰে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx