ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও কলেজৰ মূল দ্বাৰ উদ্বোধন

ASSAM TIMES POST by ASSAM TIMES POST
February 11, 2020
Reading Time: 1 min read
A A
0
নগাঁও কলেজৰ মূল দ্বাৰ উদ্বোধন

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ নগাঁও কলেজৰ মহাৰজত জয়ন্তী উপলক্ষে কলেজৰ শিক্ষক সকলৰ পুঁজিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা মূল দ্বাৰখন আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মহাৰজত জয়ন্তীৰ সমিতিৰ সভাপতি, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি ৰূপক শৰ্মাৰ লগতে ১৪ গৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক – অধ্যাপিকা, অধ্যক্ষ ড০ শৰৎ বৰকটকী, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদে ।

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

নগাঁও কলেজৰ শিক্ষক সংস্থাৰ সভাপতি ড০ ৰঞ্জন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত আৰু সংস্থাৰ সম্পাদক শৈলেন শৰ্মাই আঁত ধৰা দ্বাৰ উদ্বোধনৰ মুকলি সভাত বিধায়ক তথা মহাৰজত জয়ন্তী সমিতিৰ সভাপতি ৰূপক শৰ্মাই শিক্ষক সকলৰ দানেৰে নিৰ্মাণ কৰা নগাঁও কলেজৰ দ্বাৰখনৰ সৌন্দৰ্য আৰু নিৰ্মাণ শৈলীক প্ৰশংসা কৰে ।

কলেজখনৰ প্ৰাক্তন ছাত্ৰ হিচাপে বিধায়ক শৰ্মাই গৌৰৱ বোধ কৰে বুলি উল্লেখ কৰি শিক্ষক সকলক শ্ৰদ্ধা নিবেদন কৰে । আদৰণি ভাষণত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে কলেজখনৰ গৌৰৱোজ্জ্বল অতীতক স্মৰণ কৰি এখন কলেজৰ দ্বাৰ বা তোৰণে কলেজ এখনৰ গৰিমা বৃদ্ধি কৰে বুলি কয় ।

অধ্যক্ষ গৰাকীয়ে কলেজৰ শিক্ষক সকলৰ বদন্যতাক আদৰণি জনায় । সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক কামাখ্যা প্ৰসাদ চৌধুৰী, গুণ শইকীয়া, ড০ মানিক কৰ, ড০ গিৰিকান্ত গোস্বামী, ড০ তোষেশ্বৰ নাথ, আইনুল হক, স্বৰ্ণ শইকীয়া,ড দিলীপ শৰ্মা, চিৰাজুল আলম, হলিৰাম হাজৰিকা, ড০ চমিৰুদ্দীন আহমেদকে ধৰি ভালে কেইজন অৱসৰপ্ৰাপ্ত অধ্যাপকে অংশ গ্ৰহণ কৰে ।

সভাত কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা,অধ্যাপক নৱ কুমাৰ মহন্ত, ড০ ৰঞ্জিত কুমাৰ মজিন্দাৰ, ধ্ৰুৱ বৰুৱা আৰু ড০ সঞ্জয় দেই ভাষণ দিয়ে ।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx