ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Railway I কেৱল অনলাইন টিকটত দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰাক লৈ ৰে’লৱেক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 29, 2025
Reading Time: 1 min read
A A
0
Pregnant Woman Abducted in Alarming Incident at Paltan Bazar

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

কেৱল অনলাইন ৰে’লৰ (Indian Railway) টিকট কাটিলেহে দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰা হয়? ৰে’ল দুৰ্ঘটনা হ’লে অফলাইনত ৰে’লৰ টিকট বুকিং কৰাসকলক বীমা কিয় দিয়া নহয়? উচ্চতম ন্যায়ালয়ে ভাৰতীয় ৰে’লৱেক ইয়াৰ কাৰণ স্পষ্ট কৰিবলৈ কয়।

Indian Railway I
ৰে’লৱেক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ:

ভাৰতীয় ৰে’লৱেই যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এক প্ৰতিবেদন। উক্ত প্ৰতিবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এহছানুদ্দিন আমানুল্লাহ আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনে ৰে’লৱেক প্ৰশ্ন কৰে। দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এ এছ জি) বিক্ৰমজিৎ বেনাৰ্জীক প্ৰশ্ন কৰে যে দুটা চেনেলৰ জৰিয়তে টিকট ক্ৰয় কৰা যাত্ৰীসকলৰ বাবে কিয় দুবিধ সুবিধা আছে। অনলাইনত টিকট বুকিং কৰাসকলকহে কিয় দুৰ্ঘটনাৰ বীমাৰ ব্যৱস্থা কৰা হৈছে?

২৫ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কোৱা হৈছে, “ৰে’লৱেই উল্লেখ কৰিছে যে অনলাইনযোগে ৰে’লৰ টিকট বুকিং কৰাসকলক দুৰ্ঘটনা বীমা প্ৰদান কৰা হয়। যিসকলে অনলাইনত টিকট বুকিং নকৰে তেওঁলোকক সেই সুবিধা প্ৰদান কৰা নহয়। এই বৈষম্যৰ বিষয়ে এ এছ জিক অৱগত কৰা উচিত।” প্ৰতিবেদনখন পৰীক্ষা কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে ৰে’লৱেক লাইন আৰু ক্ৰছিঙৰ সুৰক্ষাৰ প্ৰতি সতৰ্ক হ’বলৈও কয়।

উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে প্ৰতিবেদনত ৰে’লযাত্ৰীক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ সময়সীমাৰ কথা উল্লেখ কৰা হোৱা নাই। সেয়েহে উচ্চতম ন্যায়ালয়ে ৰে’লৱেক নতুন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি বীমা বিষয়ত প্ৰশ্নৰ উত্তৰ অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২০২৬ চনৰ ১৩ জানুৱাৰীত হ’ব।

Tags: .কেৱল অনলাইন টিকটত দুৰ্ঘটনাবীমাৰ সুবিধা লাভ কৰাক লৈ ৰে'লৱেক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
ADVERTISEMENT
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT