ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Zubeen Garg : জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য, গৰিমাৰ অভিযোগৰ ভিত্তিত শিখা শৰ্মাক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 19, 2026
Reading Time: 1 min read
A A
0
Zubeen Garg : জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য, গৰিমাৰ অভিযোগৰ ভিত্তিত শিখা শৰ্মাক গ্ৰেপ্তাৰ

RELATED POSTS

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

জুবিন গাৰ্গ (Zubeen Garg)ৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিতৰ্কি (Controversial on social media)ত মন্তব্য আগবঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ তথাকথিত নেত্ৰী শিখা শৰ্মাক। গৰিমা গাৰ্গৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় সততে বিতৰ্কৰ সৈতে জড়িত হৈ অহা শিখা শৰ্মাক।

উল্লেখযোগ্য যে সোমবাৰে পুৱা ক্ৰাইম ব্ৰান্সত উপস্থিত হৈ জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত বহু বিতৰ্কিত মন্তব্য কৰি থকা শিখা শৰ্মা (Sikha Sarma)ৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰিছিল। তেওঁৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত থানাত ২/২৬ নম্বৰত গোচৰ ৰুজু কৰি পাথৰকুঁৱেৰিস্থিত নীলাচল এপাৰ্টমেণ্টৰ বাসগৃহৰ পৰা অপৰাধ শাখাই শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে।

ইফালে শিখা শৰ্মাক গ্ৰেপ্তাৰৰ পিছতে গৰিমা গাৰ্গে অসম আৰক্ষীক ধন্যবাদ জনাই সামাজিক মাধ্যমত এটা পোষ্ট দি কয় যে শিখা শৰ্মাই জুবিন গাগৰ্ক জনমানসত হেয় কৰাৰ চেষ্টা চলাইছে।

জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য, গৰিমাৰ অভিযোগৰ ভিত্তিত শিখা শৰ্মাক গ্ৰেপ্তাৰ

আনহাতে, এজাহাৰ দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে কয় যে এগৰাকী মানসিক ৰোগী বুলি ভাবি ইমানদিনে আওকাণ কৰা হৈছিল, কিন্তু সহ্যৰ এটা সীমা থাকে। এজন মানুহ আমাৰ মাজৰ পৰা গুচি গৈছে। তেওঁৰ সত্তাটো কি অসমৰ মানুহে জানে । অসমৰ লগতে এতিয়া সমগ্ৰ বিশ্বই জানে যে জুবিন গাৰ্গে অসমৰ সমাজ-সংস্কৃতিৰ বাবে কি কৰি থৈ গৈছে। সেইজন ব্যক্তিক কোনো অৱতাৰণা নোহোৱাকৈ অভদ্ৰ, অশালীন ভাষাৰে দিনে-ৰাতিয়ে কটু মন্তব্য কৰি চৰিত্ৰহনন, অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰেনে। সেই কাম অসমৰ কোনো মানুহে নকৰে। এনে এগৰাকী মহিলা যিয়ে না অসম, অসমীয়াক, অসমীয়া মানসিকতাক বা অসমীয়া আৱেগক ভালপায়। তেওঁ কৈ থকা কথাবোৰ সঁচাকৈয়ে অসহ্য কৰ হৈ পৰাত আমি আইনী ব্যৱস্থা লোৱাৰ কথা ভাবিলো। এতিয়া আইনে ব্যৱস্থা ল’ব।

লগতে শিখা শৰ্মাক অসমৰ এগৰাকী শত্ৰু আখ্যা দি গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন গাৰ্গক শেষ কৰা মানুহক যদি তেওঁ সহযোগ কৰিছে তেন্তে তেওঁ কেনেকৈ এগৰাকী অসমীয়া হ’ব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ZubeenGarg
Share5Tweet3Send

Related Posts

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ
Guwahati

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

by News Desk
September 11, 2026
57
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন
Guwahati

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

by News Desk
September 11, 2026
57
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

by News Desk
September 10, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

by News Desk
September 10, 2026
58
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

by News Desk
September 8, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

by News Desk
September 7, 2026
56
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
53
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
53
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
53
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d