ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ছাঁই মদ-গাহৰি মাংস বিহীন লৃগাং উদযাপনৰ আদৰ্শ স্থাপন ভকত চাপৰিতঃ জনগোষ্ঠীয় সম্প্ৰীতিৰ ব্যতিক্ৰমী প্ৰচেষ্টাঃ

ASSAM TIMES POST by ASSAM TIMES POST
February 19, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

অজন্তা তালুকদাৰ, বোকাখাত

সেউজ কৃষি ভূমি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ স্বকীয় উৎসৱ জাতিটোৰ গৌৰৱ তথা সম্পদ। সংস্কৃতিত চহকী অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠীয়ে ফাগুণৰ প্ৰথমটো বুধবাৰে পালন কৰা কৃষিভিত্তিক আৰু আবেগিক উৎসৱ হ’ল আলি-আয়ে-লৃগাং। আজি সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো মিচিং জনগোষ্ঠী অধ্যুষিত এলেকা সমূহত উৎসাহ আৰু আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হয় লৃগাং। ইয়াৰ ৰজাবাৰীৰ ভকত চাপৰিতো পৰম্পৰাগতভাৱে উদযাপিত হ’ল এই বসন্ত উৎসৱ।

IMG 20200219 WA0038 | ASSAM TIMES POST

ভকত চাপৰিৰ সামূহিক ভৱনত উদযাপিত লৃগাং আছিল একান্ত সংস্কাৰমুখী। অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এই উমৈহতীয়া মঞ্চত সাধাৰণতে উদযাপন হোৱাৰ বিপৰীতে মাংসৰ বাবে হত্যা কৰা নহ’ল গাহৰিলৃগাং উৎসৱত ছাঁই মদৰ সমজুৱা ব্যৱহাৰ নকৰাকৈয়ে অটুত ৰাখিলে পৰম্পৰা। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী দূৰ্গেশ্বৰ দলেই কয় যে কিছু সংস্কাৰৰ সংযোগেৰে এইবাৰ অনুষ্ঠিত কৰা আলি-আয়ে-লৃগাং কেৱল মিচিঙৰ উৎসৱ কৰি নাৰাখি সকলোৰে উপভোগ্য কৰিবলৈ এনে ব্যৱস্থা কৰা হৈছে।

অৱশ্যে বীজ ৰোপণত সামান্য ছাঁই মদ ব্যৱহাৰ কৰা হৈছে। সৰ্বাধিক মিচিং বসতিপ্ৰধান অঞ্চলটোৰ এই অনুষ্ঠানটোৰ পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বোধেন দলেই। বীজ ৰোপনৰ শুভাৰম্ভ কৰে আদৰ্শ কৃষক আপাল মৰাঙে। ছাতিৰ ওপৰত পৰম্পৰাগত বস্ত্ৰ মেলি মঞ্চলৈ আদৰি অনা হয় প্ৰতিগৰাকী অতিথিক।

IMG 20200219 WA0037 | ASSAM TIMES POST

আৰম্ভ হয় গোমৰাগ নৃত্য। তিনি শতাধিক ডেকা-গাভৰুৰ এই নৃত্যত সহযোগ কৰে অতিথি সকলেও। ইয়াৰ পাছত বিশিষ্ট শিক্ষাবিদ অমূল্য পেগুৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত বিশিষ্ট অতিথি হিচাপে উপস্থিতি থাকি নৈ আৰু মিচিং সমাজৰ যাউতী-যুগীয়া সম্পৰ্ক, সেই সম্পৰ্ক প্ৰাকৃতিক দুৰ্যোগৰ বাবে ত্যাগ কৰি নৈ বিহীন ভকত চাপৰিত ব্যতিক্ৰমীভাৱে উদযাপন কৰা লৃগাঙক প্ৰশংসা কৰে।

অনুষ্ঠানত সমাজকৰ্মী ৰেব গগৈ, বিপুল দাস উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। এই সভাতে সাংবাদিক মাধৱজ্যোতি দত্ত, ত্ৰিনয়ন বৰা আৰু উত্তম শৰ্মাক সম্বৰ্দ্ধনা জনোৱা হয়। আগন্তুক বৰ্ষতো সকলো জাতি জনগোষ্ঠী মিলি লৃগাং পতাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx