ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

West Asia crisis : পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বিগ্ন দিল্লীৰ শান্তি আলোচনাৰ আহ্বান, আৰু দুই ৰাষ্ট্রপ্রধানক ফোন প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 3, 2026
Reading Time: 1 min read
A A
0
West Asia crisis : পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বিগ্ন দিল্লীৰ শান্তি আলোচনাৰ আহ্বান, আৰু দুই ৰাষ্ট্রপ্রধানক ফোন প্ৰধানমন্ত্ৰীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

পশ্চিম এছিয়াৰ পৰিস্থিতিক উদ্বেগ প্রকাশ কৰিছে ভাৰতে। লগতে সংঘৰ্ষজর্জৰ দেশবোৰৰ মাজত কূটনৈতিক আলোচনাৰ বাবে আহ্বান জনাইছে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে। মঙলবাৰে এই সন্দৰ্ভত বিবৃতি প্রকাশ কৰি পশ্চিম এছিয়াত যিমান পাৰি সোনকালে যুদ্ধ ৰোধৰ কথাও উল্লেখ কৰিছে। তাৰ মাজতে এইবাৰ ওমান (Oman) আৰু কুৱেইট (Kuwait)ৰ ৰাষ্ট্রপ্রধান (Head of State)ৰ সৈতেও আলোচনা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী (Modi)য়ে।

উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ যিবোৰ দেশত আমেৰিকান সামৰিক ঘাটি আছে তাত ইৰাণে প্ৰত্যাক্ৰমণ চলাইছে। উক্ত তালিকাত ওমান আৰু কুৱেইটো আছে। বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।

oman and kua | ASSAM TIMES POST
পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বিগ্ন দিল্লীৰ শান্তি আলোচনাৰ আহ্বান, আৰু দুই ৰাষ্ট্রপ্রধানক ফোন প্ৰধানমন্ত্ৰীৰ

পি টি আয়ে জনোৱা অনুসৰি, মঙলবাৰে ওমানৰ চুলতান হাইথাম বিন তাৰিক আৰু কুৱেইটৰ যুৱৰাজ শ্বেইখ চাবা আল-খালেদ আল-হামাদ আল-মুবাৰক আল-চাবাহৰ সৈতে মোদীয়ে ফোনযোগে বাৰ্তালাপ কৰি দেশ দুখনত আক্ৰমণক লৈ তেওঁ উদ্বেগ প্রকাশ কৰা বুলি প্ৰকাশ। লগতে তেওঁ দেশ দুখনত বাস কৰা ভাৰতীয়সকলৰ নিৰাপত্তাক লৈও আলোচনা কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বাহৰেইনৰ ৰজা, চৌদি আৰবৰ যুৱৰাজ, জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে কথা পাতি এই আক্ৰমণক গৰিহণা দিছে। ইয়াৰ উপৰি সংযুক্ত আৰব আমিৰ শ্বাহিৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ সৈতেও আলোচনা কৰিছে2।

আনহাতে, বিদেশ মন্ত্ৰালয়ৰ এক বিবৃতিত জনোৱা হৈছে যে সাম্প্রতিক সময়ত এই সংঘাত কেৱল গুৰুতৰ হৈ উঠাই নহয়, অন্য দেশতো বিয়পি পৰিছে। হতাহতৰ সংখ্যা বৃদ্ধি পাইছে। স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে। আনকি ব্যৱসায় বাণিজ্যও স্থবিৰ হৈছে। উক্ত অঞ্চলবোৰৰ স্থিতাৱস্থা আৰু নিৰাপত্তাৰ ওপৰত যিহেতেু ভাৰতৰ বহু কথা নির্ভৰ কৰে, সেয়ে ভাৰত ‘অতি উদ্বিগ্ন’। বিবৃতিটোত লগতে কোৱা হৈছে, উপসাগৰীয় অঞ্চলত প্রায় এক কোটি ভাৰতীয়ই বসবাস কৰে, কাম কৰে। তেওঁলোকৰ নিৰাপত্তাক ভাৰতে অগ্রাধিকাৰ দিয়ে। তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰিব পৰা বিষয়ত ভাৰতে সমর্থন কৰিব নোৱাৰে। উক্ত অঞ্চলেৰে ভাৰতৰ বাণিজ্য হয়। শক্তিৰ আগমন হয়। তাত ব্যাঘাত ঘটিলে ভাৰতৰ অর্থনীতিত প্ৰভাৱ পৰিব। ইয়াৰ উপৰি বাণিজ্যিক জাহাজত আক্ৰমণৰো তীব্র গৰিহণা দিছে ভাৰতে। আনহাতে, বিগত কেইদিনমানৰ আক্ৰমণত কেইবাজনো ভাৰতীয়ই প্রাণ হেৰুওৱাৰ লগতে কেইবাজনো সন্ধানহীন হৈ থকা বুলিও বিদেশ মন্ত্ৰালয়ে জনাইছে।

তেনে পৰিস্থিতিত ভাৰতে কূটনৈতিক আলোচনাৰ আহ্বান জনাইছে। বিবৃতিটোত লিখিছে, “আমি এই সংঘাতৰ অতি সোনকালে ইতি পেলাব বিচাৰিছোঁ। ইতিমধ্যে বহু লোকে প্রাণ হেৰুৱাইছে। তাৰ বাবে আমি দুঃখিত।”

Tags: West Asia crisis
Share4Tweet3Send

Related Posts

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

by News Desk
July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

by News Desk
July 8, 2026
50
Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি
National-International

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

by News Desk
July 8, 2026
50
Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ
National-International

Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

by News Desk
July 8, 2026
50
Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক
National-International

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

by News Desk
July 8, 2026
50
JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত
National-International

JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত

by News Desk
July 8, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx