ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত অসম ভিত্তিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ প্রতিযােগিতাৰ আয়োজনঃ

Staff Reporter by Staff Reporter
February 22, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত ৬৭ গৰাকী চাহ মজদুৰৰ গোমোঠা সত্ৰত দীক্ষা গ্ৰহণঃ

0 1 e1574345654996 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

অজন্তা তালুকদাৰ, বোকাখাত, ২২ ফেব্ৰুৱাৰীঃ বােকাখাত সাংস্কৃতিক মঞ্চ আৰু বােকাখাত নগৰ মইনা পাৰিজাতৰ উদ্যোগত সংস্কৃতিৰ জৰিয়তে সমাজত শান্তিৰ বাতাবৰণ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসমৰ জাতীয় কৃষ্টি সংস্কৃতিক চহকী কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু অসমৰ প্রতিষ্ঠিত গায়ক জুবিন গাৰ্গৰ গীতৰ প্রতিযােগিতা অহা ইংৰাজী ১ মার্চত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। সেই উদ্দেশ্যে পুৱা পতাকা উত্তোলন কৰিব বােকাখাত সাংস্কৃতিক মঞ্চৰ সভাপতি দুলাল ডেকাই, নুমলীগড় শােধনাগাৰৰ জনসম্পৰ্কৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে স্মৃতি তৰ্পন কৰিব, নাট্যকাৰ, সাংবাদিক অমৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰিব, প্রতিযােগিতাৰ মঞ্চ উদ্বোধন কৰিব অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শর্মা ৰাজখােৱাই, প্ৰতিযোগিতাত ভূপেন হাজৰিকাৰ সকলো গীতেই প্ৰতিযোগীয়ে পৰিবেশন কৰিব পাৰিব যদিও জুবিন গাৰ্গৰ গীতৰ বাবে ১) শুভ্র বলাকাৰ। ২) জোনাকে কাণে কাণে আহি কলে ৩) মা ৪) মায়াবিনী ৰাতি ৫) শালিকী পুৱাৰ ৬) মােৰ মনৰে কল্পনাত ৭) তুমি যেন পপিয়া তৰা।৮) তােমাৰ এই মিঠা চাৱনী ৯) কাৰ পৰশ ১০) এন্ধাৰ হ’ব নােৱাৰাে গীত কেইটি আয়োজক সকলে নির্বাচিন কৰি দিছে।

ভূপেন্দ্র সংগীত প্রতিযােগিতাৰ পুৰষ্কাৰ ক্ৰমে ৪০০০, ৩০০০ আৰু ২০০০ টকা , আনহাতে জুবিনৰ গীতৰ প্রতিযােগিতাৰ পুৰষ্কাৰ ৬০০০, ৪০০০ আৰু ৩০০০ টকা ঘোষণা কৰা হৈছে। প্ৰতিযােগিতাৰ নিয়মাবলীত আয়োজকে জানিবলৈ দিছে যে পূৱা ১০.০০ বজাৰ পৰা প্রতিযােগিতা অনুষ্ঠিত হ’ব। ভূপেন্দ্র সংগীত বা জুবিন গাৰ্গৰ সুৰ আৰু ৰচনাৱলীৰ আধাৰত অনুষ্ঠিত কৰা হ’ব।

ভূপেন্দ্র সংগীত প্রতিযােগিতা কেৱল নিম্ন শাখাৰ বাবেহে অনুষ্ঠিত কৰা হ’ব। বয়সৰ সীমা ৫ (পাঁচ) বছৰৰ পৰা ১৩ (তে) বছৰ বয়সলৈ বিবেচনা কৰা হ’ব। বাদ্যযন্ত্রী শিল্পী লগত আনিব লাগিব। প্রয়ােজন সাপেক্ষে সমিতিয়ে যােগান ধৰিব। ভূপেন্দ্র সংগীতৰ ক্ষেত্ৰত কোনাে নির্বাচিত গীত নাথাকিব। জুবিন গাৰ্গৰ গীতৰ প্রতিযােগিতা সকলােৰে বাবে মুকলি। জুবিন গাৰ্গৰ গীতৰ বাবে বাদ্য যন্ত্রী শিল্পী সমিতিৰ ফালৰ পৰা যােগান ধৰা হ’ব। প্রতিযােগী সকলক অহা যােৱাৰ বাবে কোনাে মাননি দিয়া নহব। জুবিন গাৰ্গৰ গীতৰ বাবে যােগদানৰ মাচুল – ৫০০ টকা আৰু ভূপেন্দ্র সংগীতৰ বাবে যােগদানৰ মাচুল – ৩০০ টকা। জুবিনৰ নির্বাচিত গীতহে প্রতিযােগিতাত গাব পাৰিব। প্রতিযােগীসকলে দুদিনৰ আগতে যােগদান নিশ্চিত কৰিব লাগিব। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ’ব। উক্ত দিনাৰ নিশাই পুৰষ্কাৰ বিতৰণ অনুষ্ঠান সম্পন্ন হব বুলি বোকাখাত সাংস্কৃতিক মঞ্চৰ সভাপতি দুলাল ডেকা, সম্পাদক সৌৰভ হাজৰিকা, আৰু বোকাখাত নগৰ মইনা পাৰিজাতৰ সভাপতি দুলাল ডেকা আৰু সম্পাদক নমিতা বৰাই জানিবলৈ দিয়ে। প্ৰতিযোগী সকলে সবিশেষ জানিবলৈ ৭০০২৮৬১৬৫৬, ৭০০২০৭৪২২৮, ৮৪৭৪৮৭৬৮১৯, বা ৯৯৫৪৪৫২২০৩ নম্বৰ যোগে যোগাযোগ কৰিব পাৰিব।

Tags: assamBhupendra SangeetBokakhat
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx