ASSAM TIMES POST
নিউজ ডেস্ক
নিয়ম উলংঘা কৰা যান-বাহনক নাকী লগাবলৈ কঠোৰ পৰিবহণ বিভাগ।মহানগৰীত নিয়মভংগ চিটি বাছক নাকী লগোৱা সময়তে এইবাৰ মহানগৰীৰ পৰিবহণ বিভাগ সাজু হৈছে অ’লা, উবে আৰু ৰেপি’ড বাইক সেৱা নাকী লগোৱা বাবে।সেই অনুসৰি পৰিবহণ বিভাগৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি অচিৰে মহানগৰীত চলাচল কৰি থকা ৰেপি’ড, অলা, উবেৰ বাইক সেৱা।কাৰণ অনুজ্ঞাপত্ৰ বিহীন ভাৱে চলিছে ৰেপি’ড বাইক সমূহ।
ইয়াৰ উপৰিও অলা, উবেৰ ট্ৰেক্সি ক্ষেত্ৰটো কঠোৰ হৈছে পৰিবহণ বিভাগ।সেই অনুসৰি এইসমূহ বাহনৰ থী ষ্টেট পাৰ্মিত কৰা হব বাতিল।উল্লেখ যে একমাত্ৰ অসমৰ পাৰ্মিত থকা বাহন চলিব অ’লা-উবেৰত।পাৰ্মিত নবীকৰণ কৰিলে লোৱা হ’ব শাস্তিমূলক ব্যৱস্থা।
এই কথা জানিবলৈ দিছে পৰিবহণ বিভাগে।ইয়াৰ উপৰিও নিয়ম অমান্য কৰা বাহন সমূহক নাকী লগাবলৈ ব্যৱস্থা কৰা হৈছে ১০হাজাৰ টকা জৰিমনা। গুৰুত্বপূৰ্ণ কথা এই যে আন্তঃৰাজ্যিক পাৰপত্ৰ সমূহ অলা-উবেৰৰ গ্ৰাহকে অৱশ্যে নিজে পৰিবহন বিভাগত জমা দিয়ে তেন্তে কিছু শিথিল হব পৰিবহন বিভাগ।













