ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Raghav Chadha : মোক কিয় নীৰৱ কৰিবলৈ চেষ্টা কৰা হৈছে ? পদবী হেৰুৱাই কেজৰিৱালক প্ৰশ্ন ৰাঘৱ চাদ্দাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 3, 2026
Reading Time: 1 min read
A A
0
Raghav Chadha : মোক কিয় নীৰৱ কৰিবলৈ চেষ্টা কৰা হৈছে ? পদবী হেৰুৱাই কেজৰিৱালক প্ৰশ্ন ৰাঘৱ চাদ্দাৰ

RELATED POSTS

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

New Logo Smal 4 | ASSAM TIMES POST

ৰাজ্যসভা (Rajya Sabha)ত আম আদমি পাৰ্টী (AAP)ৰ উপ-নেতা (Dy Leader) পদ হেৰুৱাই দলীয় নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাঘৱ চাদ্দা (Raghav Chadha)। ছ’চিয়েল মিডিয়াত ভিডিঅ’ (Video on social media) বাৰ্তাযোগে তেওঁ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল (AAP leader Arvind Kejriwal)ক প্ৰশ্ন কৰে, “মোক কিয় নীৰৱ কৰিবলৈ চেষ্টা কৰা হৈছে? মই সদায় ৰাইজৰ সমস্যা উত্থাপন কৰি আহিছোঁ। মই কিবা ভুল কৰিছোঁ নেকি?” ৰাঘৱে দলীয় নেতৃত্বক সকীয়াই দিয়ে যে তেওঁক নীৰৱ কৰিও পৰাজিত কৰিব নোৱাৰিব। কেজৰিৱালৰ দলে বৃহস্পতিবাৰে ৰাজ্যসভা সচিবালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰি পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত শিক্ষাবিদ অশোক মিট্টালক ৰাঘৱৰ ঠাইত উপ-নেতা হিচাপে নিযুক্তি দিয়াৰ কথা অৱগত কৰিছে।

rc | ASSAM TIMES POST
মোক কিয় নীৰৱ কৰিবলৈ চেষ্টা কৰা হৈছে ? পদবী হেৰুৱাই কেজৰিৱালক প্ৰশ্ন ৰাঘৱ চাদ্দাৰ

কেৱল সেয়াই নহয়, কেজৰিৱালৰ দলটোৱে পত্ৰখনত কয় যে আপৰ নিৰ্ধাৰিত সময়ত ৰাঘৱক ভাষণ দিয়াৰ সুযোগো দিয়া নহ’ব। ইয়াৰ পিছতে তেওঁ বিজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হয়। সেই জল্পনা-কল্পনাক ইন্ধন যোগাই ভিডিঅ’ বাৰ্তাযোগে ৰাঘৱে কয়, “আম আদমী পাৰ্টীয়ে ৰাজ্যসভাক কৈছে যে ৰাঘৱ চাদ্দাক কথা ক’বলৈ দিয়া নহ’ব। কিন্তু কিয়? মই সদায় সাধাৰণ মানুহৰ হৈ কথা কৈ আহিছোঁ। বিমানবন্দৰত খাদ্যৰ উচ্চ মূল্য, টেলিকম কোম্পানীয়ে অতিৰিক্ত ধন লোৱা, টোল প্লাজা আৰু বেংকৰ লুণ্ঠন, গিগ কৰ্মীৰ সমস্যা ইত্যাদি বিভিন্ন বিষয় উত্থাপন কৰাৰ পিছত সাধাৰণ কথাবোৰ উত্থাপন কৰিছোঁ। মানুহ লাভৱান হৈছে। কিন্তু আপৰ কোনো লোকচান হৈছে নেকি?”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RaghavChadha
Share4Tweet3Send

Related Posts

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে
National-International

by News Desk
September 3, 2026
50
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

by News Desk
September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

by News Desk
September 3, 2026
50
Raghav Chadha : খচৰা ভোটাৰ তালিকাত নাই ৰাঘৱ চাদ্দাৰ নাম

Nepal floods : সহায় নহয়, ক্ষতিপূৰণ লাগে, নেপালৰ বানত মৃত্যুৰ সংখ্যা ১২২৫ লৈ বৃদ্ধি

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

September 2, 2026
52
ADVERTISEMENT
Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে
National-International

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
50
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
50
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

September 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d