ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

নিউজ ডেস্কঃ

News Desk by News Desk
September 3, 2026
Reading Time: 1 min read
A A
0
Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

RELATED POSTS

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

Raghav Chadha : খচৰা ভোটাৰ তালিকাত নাই ৰাঘৱ চাদ্দাৰ নাম

New Logo Smal 4 | ASSAM TIMES POST

খালী ভৰি, পৰিধানত শাৰী। সোঁহাতত ক্ষয় যোৱা এযোৰ চেণ্ডেল। এটা নিৰ্দিষ্ট লক্ষ্যত এগৰাকী ৪৭ বছৰীয়া মহিলা দৌৰিছে। লক্ষ্য হ’ল দৌৰত জয়ী হোৱা। সেয়া পিছে তেওঁৰ নিজৰ বাবে নহয়, ছোৱালীকেইজনীৰ বাবেহে। কাৰণ সেই দৌৰত জয়ী হ’লেহে তেওঁ পুৰস্কাৰৰ ধনখিনিৰে ছোৱালীৰ স্কুলৰ মাচুল দিব পাৰিব। আৰু সেই লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ ৰমাবাই ৰণবীৰে (Ramabai Ranbir of Maharashtra) খালী ভৰিৰে দৌৰিলে, তাকো শাৰী পিন্ধি আৰু হাতত চেণ্ডেল লৈ।

বীৰ জিলাৰ বাসিন্দা ৰমাবাই। তেওঁৰ ঘৰ আম্বাজোগাই গাঁৱত। তেওঁ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। ঘৰে ঘৰে গৈ ৰান্ধনীৰ কাম কৰে। দুগৰাকী ছোৱালীৰ পঢ়া-শুনাৰ খৰচ তেনেকৈয়ে পূৰায়। তেওঁৰ একমাত্ৰ লক্ষ্য হ’ল তেওঁৰ ছোৱালীকেইজনীৰ শিক্ষা যাতে কোনো কাৰণতে বন্ধ নহয়। স্বামীৰ মৃত্যুৰ পিছত পৰিয়ালৰ দায়িত্ব নিজৰ কান্ধত ল’লে ৰমাবায়ে। সকলো পৰিস্থিতিৰ লগত আপোচ কৰিবলৈ তেওঁ ইচ্ছুক আছিল যদিও ছোৱালীকেইজনীৰ শিক্ষাৰ সন্দৰ্ভত কোনো পৰিস্থিতিৰ আগত তেওঁ কেতিয়াও আপোচ কৰা নাছিল। এইবাৰো তেওঁ একেই কাম কৰিলে।

mmmm | ASSAM TIMES POST
কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

ৰমাই কন্যাৰ স্কুলৰ মাচুল দিব পৰা নাছিল। মাচুলৰ টকাখিনি কেনেকৈ সংগ্ৰহ কৰিব সেই চিন্তাই যেতিয়া তেওঁক গ্ৰাস কৰিলে, তেতিয়া তেওঁ অঞ্চলটোৰ দুই-এজনৰ পৰা শুনিলে যে আম্বাজোগাই চহৰৰ খোলেশ্বৰ শৈক্ষিক কমপ্লেক্সৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ‘অমৃত দৌৰ’ মাৰাথনৰ আয়োজন কৰা হৈছে। এক মুহূৰ্তও পলম নকৰাকৈ তেওঁ প্ৰতিযোগিতাত নাম পঞ্জীয়ন কৰে। কাৰণ, বিজয়ী প্ৰতিযোগীৰ বাবে পুৰস্কাৰৰ ধন আছিল ৩০০০ টকা। আৰু এই মাৰাথনত জয়ী হ’লেহে তেওঁ পুৰস্কাৰৰ ধনেৰে নিজৰ ছোৱালীৰ স্কুলৰ মাচুল দিব পাৰিব। কোনো ধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ, কোনো স্প’ৰ্টছ জোতা নোহোৱাকৈ, মাৰাথনত যোগদান কৰিলে

তেওঁ। তাকো কেৱল শাৰী আৰু চেণ্ডেল পিন্ধি। বহুতে তেওঁক দেখি ভ্ৰু কোঁচাইছিল যদিও দৌৰ আৰম্ভ হোৱাৰ লগে লগে ৰমাক দেখি সকলোৱে আচৰিত হৈছিল। দৌৰ আৰম্ভ হোৱাৰ লগে লগে ৰমাই ভৰিত থকা চেণ্ডেলযোৰ হাতত তুলি ল’লে। ইয়াৰ পিছত তেওঁ আগবাঢ়ি গৈ থাকিল, এজনৰ পিছত আনজন প্ৰতিযোগীক পিছ পেলাই থৈ গ’ল। ৰমা জয়ী হয়। বিজয়ীৰ পুৰস্কাৰ তেওঁৰ হাতত তুলি দিয়া হয়। তেওঁক ৩০০০ টকাও দিয়া হয়। এই পুৰস্কাৰৰ ধন ৰমাই কন্যাৰ শিক্ষাৰ বাবে ব্যৱহাৰ কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RamabaiRanbir
Share4Tweet3Send

Related Posts

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

by News Desk
September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

by News Desk
September 3, 2026
50
Raghav Chadha : খচৰা ভোটাৰ তালিকাত নাই ৰাঘৱ চাদ্দাৰ নাম
National-International

Raghav Chadha : খচৰা ভোটাৰ তালিকাত নাই ৰাঘৱ চাদ্দাৰ নাম

by News Desk
September 3, 2026
50
Nepal floods : সহায় নহয়, ক্ষতিপূৰণ লাগে, নেপালৰ বানত মৃত্যুৰ সংখ্যা ১২২৫ লৈ বৃদ্ধি
National-International

Nepal floods : সহায় নহয়, ক্ষতিপূৰণ লাগে, নেপালৰ বানত মৃত্যুৰ সংখ্যা ১২২৫ লৈ বৃদ্ধি

by News Desk
September 3, 2026
50
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

by News Desk
September 2, 2026
52
Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু
National-International

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু

by News Desk
September 2, 2026
51
ADVERTISEMENT
Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে
National-International

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
50
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
50
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

September 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d