ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 29, 2019
Reading Time: 1 min read
A A
0
পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

(ফাইল ফটো)

RELATED POSTS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

জম্মুঃ পাকিস্তানৰ সেনা বাহিনীয়ে সোমবাৰে জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘা কৰে। ইয়াৰ পুঞ্চ জিলাৰ শ্বাহপুৰত এই ঘটনা সংঘটিত হয়। দিনৰ প্ৰায় ১২.৪৫ বজাত পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখা(এলঅ’চি)ত সৰু অস্ত্ৰ আৰু মৰ্টাৰৰে যুদ্ধ বিৰতি উলংঘন কৰে। অৱশ্যে ভাৰতীয় সেনাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে।

প্ৰসংগক্ৰমে সোমবাৰে পুঁৱতি নিশা আন দুটা স্থানত পাকিস্তানৰ শক্তিশালী বোমা বৰ্ষণৰ তথ্য পোৱা গৈছিল। উল্লেখ্য দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাতো পাকিস্তানী সেনাই এলঅ’চিত গুলীবৰ্ষণ কৰিছিল। ইপিনে গত ২০ জুলাইতো পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছিল। ইপিনে ২২ জুলাইত পাকিস্তানৰ গুলীবৰ্ষণত এজন ভাৰতীয় জোৱান শ্বহীদ হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী
BREAKING NEWS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

by News Desk
September 4, 2026
56
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

by ASSAM TIMES POST
September 3, 2026
55
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
97
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
53
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
53
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
53
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d