ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

News Desk by News Desk
June 9, 2026
Reading Time: 1 min read
A A
0
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

RELATED POSTS

Man killed son : হামৰেনৰ ৰংছপি তিমুং গাঁৱত নিৰ্মম কাণ্ড, পিতৃয়ে হত্যা কৰিলে দুই নাবালক সন্তানক

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

New Logo Smal | ASSAM TIMES POST

কাৰ্বি আংলং (Karbi Anglong) জিলাৰ উত্তৰ বড়বিল আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি (Phulani)ৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident) সংঘটিত হয়, জানিব পৰা অনুসৰি বাইক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বাইক খনৰ নম্বৰ AS 09 H 2676 আৰু স্কুটিৰ নম্বৰ AS 02 A A2768 ।

acci | ASSAM TIMES POST
ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এজন যুৱকৰ মৃত্যু (One death) হোৱাৰ লগতে এজন আহত। মৃত যুৱকজনৰ নাম চাৰলংকি ৰংপি (২২) ঘৰ ডিফুৰ প্লিম প্লাম লাংছ’ত । আনহাতে আহত ব্যক্তিজনৰ নাম ছামুৱেল ৰংপি ( ৫৭ ) ঘৰ ফুলনিৰ মহিৰাম ৰংপি গাঁৱত। ইতিমধ্যে স্হানীয় লোকৰ তৎপৰতাত দুয়োকে ফুলনিৰ মডেল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চাৰলংকি ৰংপিক চিকিৎসকে মৃত ঘোষণা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: roadaccident
Share4Tweet3Send

Related Posts

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
KARBI ANGLONG

Man killed son : হামৰেনৰ ৰংছপি তিমুং গাঁৱত নিৰ্মম কাণ্ড, পিতৃয়ে হত্যা কৰিলে দুই নাবালক সন্তানক

by News Desk
November 3, 2026
70
Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক
KARBI ANGLONG

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

by ASSAM TIMES POST
November 3, 2026
63
Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা
KARBI ANGLONG

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

by News Desk
November 2, 2026
51
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন
KARBI ANGLONG

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

by News Desk
November 2, 2026
64
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

by ASSAM TIMES POST
November 1, 2026
75
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

by News Desk
October 31, 2026
57
ADVERTISEMENT
Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
50
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ
National-International

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

November 4, 2026
50
Dacoit killed in police encounter in Assam:
National-International

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

November 4, 2026
50
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ
Assam

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ

November 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

November 4, 2026
Dacoit killed in police encounter in Assam:

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

November 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d