ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
November 3, 2026
Reading Time: 1 min read
A A
0
Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

RELATED POSTS

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

New Logo Smal 1 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এক নিৰ্মম হত্যাকাণ্ড। জিলাখনৰ জেৰিকিন্দেঙৰ অন্তৰ্গত মুখিম গাঁৱত দুই আত্মীয়ৰ মাজত নিশা সুৰা সেৱনক কেন্দ্ৰ কৰি হোৱা বাক-বিতণ্ডাই ভয়ংকৰ ৰূপ লয়। সুৰাৰ নিচাত খুলশালীয়েকে উৰাল মাৰিৰে মৰিয়াই হত্যা কৰে নিজৰ ভিনিহীয়েকক। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

জানিব পৰা মতে, নিহত বাবু তেৰণ নামৰ ব্যক্তিজনে দিনৰ ভাগত তেওঁৰ খুলশালীয়েক বিজয় ফাংচʼৰ সৈতে একেলগে কাম কৰিছিল। কিন্তু নিশা দুয়ো একেলগে সুৰা সেৱন কৰিবলৈ বহাৰ সময়তেই দুয়োৰে মাজত কোনো এক কথাক লৈ বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পিছত পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। কাজিয়াৰ মাজতে খঙৰ ভমকত ঘৰত কাঠৰ উৰাল মাৰিৰেৰে বিজয়ে ভিনিহীয়েক বাবু তেৰণক উপৰ্যুপৰি আক্ৰমণ চলায়।

এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে ঢলি পৰে বাবু তেৰণ। ঘটনাৰ কথা জানিব পাৰি পৰিয়ালৰ লোক আৰু স্থানীয় লোক আহি গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক উদ্ধাৰৰ চেষ্টা চলায় যদিও তীব্ৰ আক্ৰমণৰত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়।

ইফালে ঘটনাৰ খবৰ পাই জেৰিকিন্দেং আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। লগতে হত্যাকাৰী বিজয় ফাংচʼক ঘটনাস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰে। অভিযুক্ত সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক
Share4Tweet3Send

Related Posts

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা
KARBI ANGLONG

by News Desk
November 2, 2026
51
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন
KARBI ANGLONG

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

by News Desk
November 2, 2026
56
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

by ASSAM TIMES POST
November 1, 2026
70
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

by News Desk
October 31, 2026
57
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

53
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
55
ADVERTISEMENT
Delhi high court : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত জেএনইউৰ অধ্যাপকলৈ আদালতৰ সাময়িক সকাহ, স্থগিত ৰাখিলে চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ
National-International

Delhi high court : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত জেএনইউৰ অধ্যাপকলৈ আদালতৰ সাময়িক সকাহ, স্থগিত ৰাখিলে চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ

November 3, 2026
50
Indian navy : জলদস্যুৰ বিৰুদ্ধে ৪৮ ঘণ্টীয়া অভিযানত ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰে অপহৃত ইৰাণৰ ট্ৰলাৰৰ পৰা ২০ বন্দীক

খুড়াকৰ অত্যাচাৰত পাঠদান বন্ধ কৰি দিলে নৱম শ্ৰেণীৰ কিশোৰীয়ে
Assam

খুড়াকৰ অত্যাচাৰত পাঠদান বন্ধ কৰি দিলে নৱম শ্ৰেণীৰ কিশোৰীয়ে

November 3, 2026
50
Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক
KARBI ANGLONG

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

November 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi high court : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত জেএনইউৰ অধ্যাপকলৈ আদালতৰ সাময়িক সকাহ, স্থগিত ৰাখিলে চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ

Delhi high court : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত জেএনইউৰ অধ্যাপকলৈ আদালতৰ সাময়িক সকাহ, স্থগিত ৰাখিলে চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ

November 3, 2026
Indian navy : জলদস্যুৰ বিৰুদ্ধে ৪৮ ঘণ্টীয়া অভিযানত ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰে অপহৃত ইৰাণৰ ট্ৰলাৰৰ পৰা ২০ বন্দীক

Indian navy : জলদস্যুৰ বিৰুদ্ধে ৪৮ ঘণ্টীয়া অভিযানত ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰে অপহৃত ইৰাণৰ ট্ৰলাৰৰ পৰা ২০ বন্দীক

November 3, 2026
খুড়াকৰ অত্যাচাৰত পাঠদান বন্ধ কৰি দিলে নৱম শ্ৰেণীৰ কিশোৰীয়ে

খুড়াকৰ অত্যাচাৰত পাঠদান বন্ধ কৰি দিলে নৱম শ্ৰেণীৰ কিশোৰীয়ে

November 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d