ASSAM TIMES POST
# কাইলৈৰ পৰা আৰম্ভ হব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য
# ৮.৪ কি:মি: দৈৰ্ঘৰ দলং খনৰ নিৰ্মাণকাৰ্য উদ্ধোধন কৰিব মূখ্যমন্ত্ৰীয়ে
# সোণাৰাম খেলপথাৰৰ পিছফালে হব নিৰ্মাণ কাৰ্যৰ ভূমি পুজা
# অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হব ৬ লেনযুক্ত দলংখন
# নিৰ্মান কাৰ্যৰ বাবে আৱন্তণ হৈছে ২৬০৮ কোটি টকা
# ৪ বছৰৰ ভিতৰত নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিব লাগিব দলংখন
# ২০২৩ৰ ১৩ আগষ্টত ভিতৰত সম্পূৰ্ণ কৰাৰ চুক্তি কৰা হৈছে দলংখন
# ব্ৰাজিলৰ Systra নামৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব দলংখন
# নিৰ্মাণকাৰ্যত থাকিব হাৰিয়ানাৰ SP Singla নামৰ এটা প্ৰতিষ্ঠান
# ৬ লেনযুক্ত দলংখন হব ত্ৰিকোণিয়া দলং
# দলংখনৰ এটা পাৰ থাকিব উত্তৰ গুৱাহাটীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত
# দলংখনৰ আনদুটা পাৰ থাকিব গুৱাহাটীত
# মালিগাৱত হব এটা পাৰ আৰু মাছখোৱাত হব আনটো পাৰ
# গুৱাহাটীৰ দুয়োটা পাৰৰ মাজতো হব এখন দলং
# মালিগাৱৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে হব ৬ লেনযুক্ত দলংখন













