ASSAM TIMES POST
গুৱাহাটী : পুনৰ অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ হাতত গ্ৰেপ্তাৰ হ’ল আৰটিআই কর্মী দুলাল বৰা।গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত ইফটিকাৰ আলি নামৰ এগৰাকী ব্যক্তিয়ে বৰা বিৰুদ্ধে ব্লেক মেইলৰ অভিযোগ তুলি দাখিল কৰিছিল এজাহাৰ।সেই এজাহাৰ ১৩/২০২০ নম্বৰ গোচৰৰ ভিত্তিতে গোচৰৰ মংগলবাৰে বৰাক গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ যে প্ৰাপ্ত খবৰ অনুসৰি বৰা কন্ঠস্বৰ পৰীক্ষা আৰু ফোন ৰেকৰ্ডিং কঠোপথন ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথা এই যে আৰটিআই কর্মী বৰা ইতিমধ্যে সকলো সম্পত্তিৰ ছিল কৰিছে ইডিয়ে।আয় বৰ্হিভূত ভাৱে সম্পত্তি আহৰণ অভিযোগ আছে বৰা বিৰুদ্ধে।












