ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বায়ত্ত ৰাজ্যৰ দাবী আৰু বড়ো সকলক পাৰ্বত্য জনজাতি মৰ্যদা দিয়াৰ বিৰুধিতাৰে ডিফুত একাধিক সংগঠনৰ ধৰ্ণা

ASSAM TIMES POST by ASSAM TIMES POST
March 7, 2020
Reading Time: 1 min read
A A
0
স্বায়ত্ত ৰাজ্যৰ দাবী আৰু বড়ো সকলক পাৰ্বত্য জনজাতি মৰ্যদা দিয়াৰ বিৰুধিতাৰে ডিফুত একাধিক সংগঠনৰ ধৰ্ণা

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

ডিফু : ভাৰতীয় সংবিধানৰ অনুশ্ছেদ ২৪৪(ক) অনুসৰি স্বায়ত্ত ৰাজ্য দাবী আৰু বড়ো সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ বিৰোধিতাৰে আজি কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত একাধিক সংগঠনে ঐক্যবদ্ধ ভাবে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/03/WhatsApp-Video-2020-03-07-at-7.48.21-PM.mp4

আজি ডিফুৰ ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানৰ সন্মুখত কেএছএ,এইছএছডিচি,কেএডব্লিউজেএফ,ইউকেৱাইএ, আৰৱাইএ আৰু আইছা আদি সংগঠনে ধৰ্ণাত অৱস্থান কৰি উক্ত দাবী উত্থাপন কৰাৰ লগতে এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহন কৰা ভূমিকাৰ কঠোৰ সমালোচনা কৰে ৷

ধৰ্ণা কাৰ্যসুচীত অংশ গ্ৰহণ কৰি কেএছএৰ সভাপতি ছিমিয়ন ৰংফাৰে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালেচনা কৰি কয় যে, নিৰ্বাচনৰ পুৰ্বে কাৰবি আংলঙত বিজেপিৰ ভালেকেইজন শীৰ্ষ নেতাই কাৰবি আংলং আৰু ডিমা হাচাওক সামৰি স্বায়ত্ত ৰাজ্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও সভা -সমিতিয়ে স্বায়ত্ত ৰাজ্যৰ কথা কৈ ফুৰে যদিও বাস্তবত চৰকাৰখেন এই ক্ষেত্ৰত কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে ৷ সদ্য অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ণ দপ্তৰৰ পৰা পৰিষদলৈ প্ৰেৰণ কৰা এক পত্ৰত পৰিষদৰ অধিবেশনত স্বায়ত্ত ৰাজ্য সম্পৰ্কীয় আলোচনা নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ পিছত ৰাজ্য চৰকাৰে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰা বুলি মন্তব্য কৰে ৷ সভাই- সমিতিয়ে স্বায়ত্ত ৰাজ্যকলৈ ৰাজনীতি নকৰিবলৈ কৈ ফুৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেহে ৰাজনীতি কৰি আছে বুলি কয় ছাত্ৰনেতা গৰাকীয়ে ৷

পৰিষদে এই ক্ষেত্ৰত কোনো প্ৰস্তাব গ্ৰহণ নকৰিলে বুলি কয় ৷ আনহাতে জিলাখনত দূৰ্নিতী নিৰ্মুল, নিবণুৱা সমস্যাৰ সমাধানকে ধৰি সকলো প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰণত ব্যৰ্থ হোৱা তুলিৰাম ৰংহাঙক শীঘ্ৰে পদত্যাগৰ দাবী কৰে ৷ আনহাতে বড়ো ভাই সকলক লৈ কোনো ক্ষোভনাই যদিও পাৰ্ত্য জিলাত বসবাস কৰা বড়ো সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰলৈ দাবী জনায় নেতা গৰাকীয়ে ৷

প্ৰতিবাদকাৰী সকলে লগতে বিজেৰি গ’ বেক, ন’ অট’নমাছ ষ্টেট ন’ ৰেষ্ট, ন’ এছ টি এইছ ষ্টেটাছ টু বড়ো লিভিং ইন হিলছ আদি শ্ল’গান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

Tags: Featured2karbi anglong
Share4Tweet3Send

Related Posts

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx