ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protest : ইণ্টাৰনেট বন্ধ, ৪০ হাজাৰোধিক নিৰাপত্তাৰক্ষী দিল্লীৰ ৰাস্তাত, হোটেল-হোষ্টেলত আৰক্ষীৰ সন্ধান যুৱক-যুৱতীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 10, 2026
Reading Time: 1 min read
A A
0
CJP protest : ইণ্টাৰনেট বন্ধ, ৪০ হাজাৰোধিক নিৰাপত্তাৰক্ষী দিল্লীৰ ৰাস্তাত, হোটেল-হোষ্টেলত আৰক্ষীৰ সন্ধান যুৱক-যুৱতীৰ

RELATED POSTS

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

New Logo Smal 2 | ASSAM TIMES POST

যন্তৰ-মন্তৰত (Jantar Mantar) ককৰোচ জনতা পার্টিয়ে (CJP) (চিজেপি) আহ্বান জনোৱা প্রতিবাদী কাৰ্যসূচীৰ পূৰ্বে দিল্লীক কার্যত দুর্গত পৰিণত কৰা হৈছে। শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাস্তাত ৪০ হাজাৰোধিক নিৰাপত্তাৰক্ষী মোতায়েন থাকিব বুলি জানিব পৰা গৈছে। যন্তৰ-মন্তৰ সংলগ্ন অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। আনকি দিল্লীৰ বিভিন্ন হোটেল, গেষ্ট হাউছ, হোষ্টেলত আৰক্ষীয়ে তালাচী চলাই কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীৰ সন্ধান চলাইছে। যদি কোনোবাই শনিবাৰৰ যন্তৰ-মন্তৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা বুলি সন্দেহ হৈছে তেতিয়া সোধা-পোছা কৰা হৈছে।

pro1 | ASSAM TIMES POST
ইণ্টাৰনেট বন্ধ, ৪০ হাজাৰোধিক নিৰাপত্তাৰক্ষী দিল্লীৰ ৰাস্তাত, হোটেল-হোষ্টেলত আৰক্ষীৰ সন্ধান যুৱক-যুৱতীৰ

দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত (Demand for Gyanesh Kumar’s resignation) শনিবাৰে ৰাস্তাত নামিব চিজেপি। তাৰ লগতে এছআইআৰ (SIR) প্রত্যাহাৰ আৰু নির্বাচন আয়ুক্তৰ নিয়োগৰ আইন পৰিবর্তনৰ দাবীও জনাইছে। এই দাবীবোৰক লৈ শনিবাৰে ‘যন্তৰ-মন্তৰ ২.০’-ৰ আহ্বান জনোৱা হৈছে। দেশৰ বিভিন্ন প্রান্তৰ পৰা নৱপ্রজন্মই চিজেপিৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহিছে। ৰাজধানীতে বৃহৎ সমাবেশৰ আশঙ্কা কৰি শুকুৰবাৰে নিশাৰ পৰাই কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ আৰম্ভ কৰিছে। মেট্রো আৰু ৰে’ল সেৱা সীমিত কৰা হৈছে। শনিবাৰে দিনটো বন্ধ থাকিব ৪৫টা মেট্রো ষ্টেচন।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtest
Share4Tweet3Send

Related Posts

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

by News Desk
October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

by News Desk
October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
52

50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
81
ADVERTISEMENT
CJP protest : ইণ্টাৰনেট বন্ধ, ৪০ হাজাৰোধিক নিৰাপত্তাৰক্ষী দিল্লীৰ ৰাস্তাত, হোটেল-হোষ্টেলত আৰক্ষীৰ সন্ধান যুৱক-যুৱতীৰ
National-International

CJP protest : ইণ্টাৰনেট বন্ধ, ৪০ হাজাৰোধিক নিৰাপত্তাৰক্ষী দিল্লীৰ ৰাস্তাত, হোটেল-হোষ্টেলত আৰক্ষীৰ সন্ধান যুৱক-যুৱতীৰ

October 10, 2026
50
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
51
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : ইণ্টাৰনেট বন্ধ, ৪০ হাজাৰোধিক নিৰাপত্তাৰক্ষী দিল্লীৰ ৰাস্তাত, হোটেল-হোষ্টেলত আৰক্ষীৰ সন্ধান যুৱক-যুৱতীৰ

CJP protest : ইণ্টাৰনেট বন্ধ, ৪০ হাজাৰোধিক নিৰাপত্তাৰক্ষী দিল্লীৰ ৰাস্তাত, হোটেল-হোষ্টেলত আৰক্ষীৰ সন্ধান যুৱক-যুৱতীৰ

October 10, 2026
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d