ASSAM TIMES POST
গুৱাহাটী, ২৪ মাৰ্চঃ ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গুৱাহাটীৰ মহানগৰীত আৰম্ভ হৈছে ছেনিটাইজাৰ ছটিওৱা কাম। লক ডাউন আৰম্ভ হোৱা পিছতে গুৱাহাটী পৌৰ নিগমৰ তত্বৱধানত সমগ্ৰ মহানগৰীত চলিব লগা ছেনিটাইজাৰ ছটিওৱা কাম আৰম্ভ কৰা হৈছে।

উল্লেখ যে যিকোনো প্ৰকাৰে ভয়ংকৰ ক’ৰনা সংক্ৰমনৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰা বাবে গ্ৰহণ কৰা হৈছে এই বিশেষ ব্যৱস্থা।













