ASSAM TIMES POST
নিউজ ডেস্ক
লক ডাউনৰ মাজতে ক্ৰমাৎ জটিল হৈছে দেশৰ পৰিস্থিতি।ইতিমধ্যে ক’ভিড-১৯ আক্রান্ত সংখ্যাই প্ৰৱেশ কৰিলে হাজাৰৰ ঘৰ।
ক’ৰনাত আক্রান্ত সংখ্যা হৈছে গৈ ১০২৯জন। সৰ্বাধিক আক্রান্ত সংখ্যা হৈছে মহাৰাষ্ট্ৰ ১৮৬জন।মহাৰাষ্ট্ৰ পিছতে আছে কেৰেলা ১৮২জন। গুৰুত্বপূৰ্ণ কথা এই যে আজি দিনটোত দেশত মৃত্যু আঁকোৱালি লৈছে ৫গৰাকীয়ে।মুঠ মৃত্যু সংখ্যা হৈছেগৈ ২৪জন।










