ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নিজামউদ্দিনত যোগ দিয়া, লোকসকলৰ সংস্পৰ্শলৈ অহা সকলক চিনাক্তঃ কুৱাৰেণ্টানলৈ প্ৰেৰণ

ASSAM TIMES POST by ASSAM TIMES POST
April 3, 2020
Reading Time: 1 min read
A A
0
নিজামউদ্দিনত যোগ দিয়া, লোকসকলৰ সংস্পৰ্শলৈ অহা সকলক চিনাক্তঃ কুৱাৰেণ্টানলৈ প্ৰেৰণ

Men wearing protective facemasks walk to board a special service bus taking them to a quarantine facility amid concerns about the spread of the COVID-19 coronavirus in Nizamuddin area of New Delhi on March 31, 2020. (Photo by Sajjad HUSSAIN / AFP)

0 1 e1574345654996 6 1 2 2 5 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক

দেশত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ দেশত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰিলে নতুন দিল্লীৰ নিজামউদ্দিন মাৰ্কাজৰ তগলিবি জামাতা বুলি সৰ্বত্ৰে চৰ্চা হৈছে৷ এই ভয়াৱহ পৰিস্থিতি কি দৰে মোকাবিলা কৰা হ’ব তাকে লৈ নিদ্ৰা হৰণ হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা জনোৱা মতে দেশৰ কমেও ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ লোকে নিজামউদ্দিনত অংশগ্ৰহণ কৰে৷ তাৰ মাজতে দেশ-বিদেশৰ দুহেজাৰ লোকে সমাবেশত অংশগ্ৰহণ কৰে৷ এই লোকসকলৰ সংৰ্স্পশত আহে প্ৰায় ৯০০০ লোক৷ এইসকলক চিনাক্ত কৰি তেওঁলোকক কুৱাৰেণ্টানলৈ পঠোৱা হৈছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনাইছে৷

বৃহস্পতিবাৰে সাংবাদিকৰ আগত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব পুনিয়া সলিল শ্ৰীবাস্তৱে জনায় যে নিজামউদ্দিনত যোগ দিয়া আৰু লোকসকলৰ সংস্পৰ্শলৈ অহা ৯০০০ জনক চিনাক্ত কৰা হৈছে৷ এই ৯০০০ জনৰ ভিতৰত ১৩০৬ জন বিদেশী আছে৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লগতে জনায় যে নিজামউদ্দিন তবলিঘি জামাতৰ যোগসূত্ৰত ক’ভিড-১৯ত আক্ৰান্ত ৩৫০ৰো অধিক লোক আছে৷ দিল্লী আৰু আন ৰাজ্যৰ চিকিৎসালয়ত বহু লোক ভৰ্তি কৰা হৈছে৷ বেচৰকাৰী সূত্ৰ মতে জামাতৰ যোগসূত্ৰত বিভিন্ন ৰাজ্যত এই পৰ্যন্ত ৯ জনৰ মৃত্যু হৈছে৷

Tags: Featured
Share5Tweet3Send

Related Posts

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

by News Desk
August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

by News Desk
August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

ADVERTISEMENT
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT