ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাৰ্কিন সংবাদ পত্ৰত ১৫ পৃষ্ঠাজুৰি মৃতকৰ নামেৰে শ্ৰদ্ধাৰ্ঘ্য

ASSAM TIMES POST by ASSAM TIMES POST
April 21, 2020
Reading Time: 1 min read
A A
0
মুছলমান সমাজৰ ধৰ্মান্ধতা,গোড়ামীৰ বিৰুদ্ধে আগবাঢ়ি আহিছে খোদ একাংশ শিক্ষিত মুছলমান

0 1 e1574345654996 6 1 2 2 9 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

নিউজ ডেস্ক:

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই অভিলেখ গঢ়িছে পৃথিৱীৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা৷ এইখন আমেৰিকাত ক’ৰ’ণাৰ কৱলত পৰি সৃষ্টি হৈছে মৃত্যুৰ মিছিল৷ হটস্পট নিউয়ৰ্ক এতিয়া মৃত্যুপুৰিত পৰিণত হৈছে৷

UTPAL | ASSAM TIMES POST

স্বপ্নৰ চহৰ শিকাগোত মৃত্যুৰ খেলা৷ মৃত্যুৰ কৰাল গ্ৰাসত পৰিছে মাছাচুছেটছ চহৰ৷ মানৱ সভ্যতা আৰু বিজ্ঞানৰ জয়যাত্ৰাক এটা আণুবীক্ষণিক জীৱই থমকাই ৰাখিছে৷ তেনে পৰিস্থিতিতো মনোবল অটুট আছে আমেৰিকাবাসীৰ৷ ক’ৰ’ণাৰ বিৰুদ্ধে সংঘবদ্ধ হৈ থাকি ১৫ পৃষ্ঠা জুৰি মৃত ব্যক্তিৰ নাম প্ৰকাশ কৰি শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিলে এখন শীৰ্ষ মাৰ্কিন সংবাদ পত্ৰই৷

কাকতখনৰ শেষ পৃষ্ঠাৰ তথ্য মতে আমেৰিকাত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰায় ৪৫ হাজাৰ মানুহৰ মৃত্যু হৈছে৷ এনে কঠিন সময়ত মাছাচুছেটছ চহৰৰ ক’ৰ’ণাত মৃত্যু হোৱা লোকসকলক অভিনৱ প্ৰথাৰে শ্ৰদ্ধা জনাইছে ‘বষ্টন গ্ল’ব’-এ৷ কাকতখনৰ দেওবাৰৰ বিশেষ সংখ্যাত ১৫ পৃষ্ঠা জুৰি চহৰৰ মৃত লোকসকলৰ নাম ছাপা কৰা হৈছে৷

এই পৰ্যন্ত মাছাচুছেটছ চহৰত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৩৮ হাজাৰৰ অধিক মানুহ৷ মৃত্যু হৈছে ১৭০০ জন৷ কেৱল চহৰখনৰ ডৰচেষ্টাৰত মৃত্যু হৈছে ১২০০ জন৷ আজি ‘বষ্টন গ্ল’ব’ৰ এই শ্ৰদ্ধাৰ্ঘ্যই সকলোৰে মন জিনি পেলায়৷ বহুৱে৷টুইট কৰি কাকতখনক প্ৰশংসাৰে উপচাই দিয়ে৷ উল্লেখ্য যে ইয়াৰ আগেয়ে ইটালীৰ এখন কাকতে ক’ৰ’ণাত মৃত্যু হোৱা লোকৰ নাম প্ৰকাশ কৰি শ্ৰদ্ধা জনাইছিল৷ কিন্তু তাত ইমানবোৰ নাম প্ৰকাশ কৰা নাছিল৷

Tags: Featured2
Share4Tweet3Send

Related Posts

US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন
National-International

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

by Staff Reporter
July 9, 2026
50
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

by News Desk
July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

by News Desk
July 8, 2026
50
Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি
National-International

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

by News Desk
July 8, 2026
50
Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ
National-International

Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

by News Desk
July 8, 2026
50
Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক
National-International

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

by News Desk
July 8, 2026
50
ADVERTISEMENT
US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন
National-International

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

July 9, 2026
50
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

July 9, 2026
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

July 9, 2026
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx