ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কমাৰগাঁৱৰ আর্তজনক খাদ্য সামগ্রী প্রদান অব্যাহতঃ

ASSAM TIMES POST by ASSAM TIMES POST
April 24, 2020
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

0 1 e1574345654996 6 1 2 2 10 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

বোকাখাত : বিশ্বত সন্ত্রাসৰ সৃষ্টিকাৰী কৰােণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ কেন্দ্রীয় চৰকাৰৰ ঘােষণা কৰা দ্বিতীয় পর্যায়ৰ লক-ডাউন সমগ্র দেশ খনৰ লগতে অসমতাে অব্যাহত আছে। ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ লক-ডাউনৰ দৰে সাহসী তথা সময়ােপযােগী সিদ্ধান্ত লােৱাৰ বাবেই দেশৰ লগতে অসমত কৰােণা ভাইৰাছে বিশেষ ত্রাস সৃষ্টি কৰিব পৰা নাই।

সেইবাবে অনেক সমস্যাৰ মাজতাে দ্বিতীয় পর্যায়ৰ লক-ডাউন অতি নিয়মানুবর্তিতাৰে অসমৰ জনতাই পালন কৰি আছে। কিন্তু এই লকডাউন মানি ঘৰতে নিজকে আবদ্ধ কৰি ৰখাৰ ফলত। বিশেষকৈ শ্রমজীবী তথা দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লােক সকলক বিভিন্ন সমস্যাই পিষ্ট কৰি তুলিছে।

তথাপিটো নিজৰ লগতে পৰিয়ালটো কৰ’ণা ভাইৰাছ হতােৰাত নপৰক বুলি এই লক-ডাউনৰ গুৰুত্ব বুজি ঘৰতে আবদ্ধ হৈ আছে। অরশ্যে এই সকল লােকক ৰাজ্য চৰকাৰৰ লগতে স্থানীয় সুহৃদ জনতাই সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে।

তেনে এজন আর্তজনৰ সুহৃদ লােক হ’ল বোকাখাত মহকুমাৰ মহুৰা মৌজা অন্তৰ্গত বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ বুধবাৰী গাঁও নিবাসী সমাজকর্মী তথা গাঁও পঞ্চায়তৰ সচীব গােলাপ বৰা। কমাৰগাঁও অঞ্চলৰ এগৰাকী সমাজকর্মী গােলাপ বৰাই অর্ধশতাধিক দৰিদ্র পৰিয়ালক বিভিন্ন ধৰণৰ খাদ্য সামগ্রী প্রদান কৰে।

আনফালে পশ্চিম ধােদাং প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক মহেশ্বৰ ৰবিদাসে ধােদাং গাঁৱৰ কেইবাটাও পৰিয়ালক খাদ্য সামগ্রী প্রদান কৰে। ইফালে শিক্ষাগুৰুজনৰ একমাত্র পুত্র তথা মেধাবী ছাত্র নয়নদ্বীপ ৰবিদাসৰ জন্মদিনটো ওলহ-মালহেৰে উদযাপন নকৰি জন্মদিনত খৰচ হ’ব লগা ধনেৰে দৰিদ্র লােক সকলক বিভিন্ন ধৰণৰ খাদ্য সামগ্রী প্রদান কৰি এক ব্যতিক্রমী কাৰ্য সম্পাদন কৰে। আর্ত পৰিয়াল সমূহে গােলাপ বৰা আৰু মহেশ্বৰ ৰবিদাসৰ এনে বদান্যতাত শলাগ জ্ঞাপন কৰিছে।

Tags: featured3
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx