ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লকডাউনৰ প্ৰভাৱঃ মহাৰাষ্ট্ৰৰ পুনে চহৰত আবদ্ধ অসমীয়া যুৱক দলঃ অসম চৰকাৰক সহায় ভিক্ষা

ASSAM TIMES POST by ASSAM TIMES POST
April 26, 2020
Reading Time: 1 min read
A A
0

0 1 e1574345654996 6 1 2 2 12 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

উৎপল দাস, গোলাঘাটঃ বিশ্বব্যাপী ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ফলত বহিঃৰাজ্যত কৰ্মৰত বহুলোক এতিয়াও নিজ কৰ্মক্ষেত্ৰতে আবদ্ধ হয় আছে।

শেহতীয়াকৈ এই কথা পোহৰলৈ অহা অনুসৰি মহাৰাষ্ট্ৰৰ পুনে চহৰত কৰ্মৰত হৈ থকা প্ৰায় ছয় সাত জনীয়া এটা অসমীয়া যুৱকৰ দল আবদ্ধ হৈ আছে৷ উল্লেখ্য যে অসমৰ গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী অঞ্চলৰ বিতোপন শইকীয়া, দেৱজিৎ শইকীয়া, বিজয় বৰুৱা আৰু দিলীপ ভূঞা নামৰ যুৱকৰ দলটোৱে পুনে চহৰৰ এছ কে এছ ফাষ্টেনাৰ্ছ নামৰ এখন প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল।

কিন্তু দেশজুৰি লকডাউন চলি থকা অৱস্থাত এতিয়া এই অসমীয়া যুৱক সকলোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। এই যুৱক কেইজন বতৰ্মান খাদ্য সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত পৰি ছচিয়েল মিডিয়াযোগে নিজ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰি অসম চৰকাৰক সহায় বিচৰাৰ লগতে নিজ মাতৃভূমিলৈ উভতাই অনাৰ বাবে বিনম্র অনুৰোধ জনাইছে।

Tags: featured3
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
50
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx