ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সোমবাৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে প্ৰধানমন্ত্ৰীয়ে বৈঠক

ASSAM TIMES POST by ASSAM TIMES POST
May 10, 2020
Reading Time: 1 min read
A A
0
লকডাউন বাঢ়িবনে নাবাঢ়ে: কোন মুখ্যমন্ত্ৰীয়ে কি ক’লে?

In this handout photo taken and released by Indian Press Information Bureau (PIB) on March 26, 2020, India's Prime Minister Narendra Modi attends a videoconference with G20 leaders to discuss the COVID-19 coronavirus, in New Delhi. - Leaders of the G20 major economies are holding an online summit on March 26, in a bid to fend off a coronavirus-triggered recession, after criticism the group has been slow to address the crisis. (Photo by Handout / PIB / AFP) / RESTRICTED TO EDITORIAL USE - MANDATORY CREDIT "AFP PHOTO / INDIAN PRESS INFORMATION BUREAU " - NO MARKETING - NO ADVERTISING CAMPAIGNS - DISTRIBUTED AS A SERVICE TO CLIENTS

0 1 e1574345654996 6 1 2 2 14 5 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

নিউজ ডেস্ক:

সোমবাৰে বিয়লি ৩ বজাত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে প্ৰধানমন্ত্ৰীয়ে বৈঠক আয়োজন কৰিছে৷ ইয়াকে লৈ প্ৰধানমন্ত্ৰীৰ এনেধৰণৰ পঞ্চমখন বৈঠক অনুষ্ঠিত হ’ব৷

দেওবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰে এই কথা জানিব পৰা গৈছে৷ উল্লেখ্য যে অহা ১৭ মে’ত তৃতীয় পৰ্যায়ৰ লকডাউন শেষ হ’ব৷ তাৰ আগেয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰা হ’ব৷সূত্ৰটোৰ মতে বেছিভাগ ৰাজ্যই ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ’ন চিহ্নিতকৰণ বিৰোধিতা কৰিছে৷

কাৰণ প্ৰব্ৰজিত শ্ৰমিকসকলে ৰাজ্যবোৰলৈ ঘুৰি অহাত বহু ঠাইত সংক্ৰমিতৰ সংখ্যা বাঢ়ি যোৱাত ৰেড জ’নৰ আওতাত পৰিছে৷ ৰাজ্য প্ৰশাসনে আপত্তি তুলি কৈছে, এইদৰে বেছিভাগ অঞ্চল ৰেড জ’নত অন্তভূক্ত হ’লে স্বাভাৱিক অৱস্থা ঘুৰাই অনাত সমস্যা হ’ব৷

যিবোৰ এলেকাত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰা হৈছে সেইবোৰ ঠাই ৰেড জ’ন কৰিবলৈ ৰাজ্যবোৰে দাবী কৰিছে৷ইয়াৰ আগেয়ে দেওবাৰে পুৱা মন্ত্ৰীসভাৰ সচিব ৰাজীৱ গৌবাই সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিবৰ সৈতে একেদৰে ভিডিঅ’ কনফাৰেন্স যোগে বৈঠক কৰিছিল৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

by News Desk
July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

by News Desk
July 8, 2026
50
Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি
National-International

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

by News Desk
July 8, 2026
50
Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ
National-International

Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

by News Desk
July 8, 2026
50
Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক
National-International

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

by News Desk
July 8, 2026
50
JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত
National-International

JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত

by News Desk
July 8, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx