ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“আইৰ_বাবেই মই_সেউজীয়া”

ASSAM TIMES POST by ASSAM TIMES POST
May 12, 2020
Reading Time: 1 min read
A A
0
“আইৰ_বাবেই মই_সেউজীয়া”

0 1 e1574345654996 6 1 2 2 14 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

— অপূৰ্ব বল্লভ গোস্বামী
বিশিষ্ট পৰিৱেশকৰ্মী, জ্যেষ্ঠ সাংবাদিক

বিশিষ্ট কবি আঁহতগুৰি (শিলনিজানৰ)ৰ পৰিমিতা গোস্বামীৰ সুখপাঠ্য কবিতাপুথি ‘আইৰ বাবেই মই সেউজয়া’ নিঃসন্দেহে সকলোৱে আদৰি ল’ব। কবিতা হৃদয়ৰ ভাষা, হৃদয়ৰ অনুভূতি। ভিন্ন বিষয়বস্তুক ভিন্ন স্বাদেৰে সজাই তুলি গোস্বামীয়ে নিজৰ প্ৰতিভা প্ৰকাশ কৰাতেই সীমাৱদ্ধ হৈ পৰা নাই।

AI e1589271383477 | ASSAM TIMES POST

তেখেত যে এগৰাকী স্বভাৱসুলভ কবি এই কথা স্পষ্টকৈ প্ৰকাশ পাইছে। তেখেতৰ মনৰ কথাবোৰত ভাৱৰ ডেউকা মেলি সংবেদনশীল শব্দবোৰে কেতিয়াবা সজোৰে আৰু কেতিয়াবা খুউব সন্তপৰ্ণে ভুমুকি মাৰেহি। সুখ, দুখ, আক্ষেপ, শান্তি, আবেদন, আঘাত, প্ৰতিঘাত ‘আইৰ বাবেই সেউজীয়া’ৰ প্ৰতিটো কবিতাত নিখুঁতভাৱে ফুটি উঠিছে।

মাতৃৰ আশা আকাংক্ষ্যাবোৰ, কাতৰ বুজনিবোৰৰ লগতে জীৱনত মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ বাবে আইৰ আহ্বান আদিক কবিয়ে প্ৰকাশ কৰি শান্তি পাইছে। কদৰ্য পৃথিৱীখনৰ বাবেও বহু আক্ষেপ প্ৰকাশ পাইছে।

পৃথিৱীত কাঠফুলাৰ দৰে গজি উঠা অশুভ শক্তিসমূহৰ বাবে সদা ভীতিগ্ৰস্ততাৰ উমান বৰ সুন্দৰকৈ প্ৰকাশ পাইছে কবিতাবোৰৰ শব্দৰ মাজত৷ বসন্ত ঋতুৰ মাদকতা, বাতৰি কাকতৰ মানুহৰ দৈনন্দিন জীৱনৰ লগত নিবিড় সম্পৰ্কৰ বিষয়েও সুন্দৰ অভিব্যক্তি।

প্ৰেম মানৱ জীৱনৰ এক স্বৰ্গীয় অনুভূতি। এই প্ৰেমৰ আকুল আহ্বান আৰু হৃদয়িক মিলনৰ সুখানুভূতিৰ প্ৰকাশ অতি চমৎকাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰা সুগন্ধি পখিলাৰ হীৰুদালৈকে সামৰি লৈছে। কবিতা পুথিখনে শব্দৰ শৃংখল গতিত প্ৰাণ পাই উঠিছে।

সংগীত সূৰ্য ড° ভূপেন হাজৰিকাৰ সুৰৰ মূৰ্ছনাকো চিৰ প্ৰবাহমান হোৱাৰ কাতৰ অনুৰোধ কৰিছে শ্ৰোতা জনতাক। সোণালী ধানৰ কঠিয়াৰ পৰা সোণগুটি ভঁড়াললৈ চপাই অনাৰ বৰ্ণনা কবিতাৰ মাধ্যমেৰে বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে। জাতি আৰু সমাজৰ অশুভ সপোনবোৰত উচপ খাই উঠিছে কবি।

সঁচা অৰ্থত কবিতাপুথিখন যথেষ্ট উপভোগ্য হৈছে। শব্দচয়ন মনোৰম। পৰিমিতা গোস্বামীৰ পৰা ভৱিষ্যতে আৰু এনে কবিতা পুথি পাঠক সমাজে নিশ্চয়কৈ আশা কৰিব। তেখেতৰ লিখনিৰে আদৰ পাওঁক। সাহিত্যৰ তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

Tags: Featured2
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx