ASSAM TIMES POST
নিউজ ডেস্ক:
বিগত ২৪ ঘণ্টাত ৩,৯৭০টা নতুন আৰু ১০৩জনৰ মৃত্যুৰে দেশত কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাই শনিবাৰে পুৱা ৮৫,৯০৪জন হৈছে। কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ তথ্যত এই কথা প্ৰকাশ।
উল্লেখযোগ্য যে Covid-19 আক্ৰান্তৰ সংখ্যাই বৰ্তমান চীনক অতিক্ৰম কৰিছে, যিটো ৮২,৯৩৩ আৰু মৃত্যুৰ সংখ্যা ৪,৬৩৩।আনহাতে, বৰ্তমান ৫৩,০৩৫গৰাকী বৰ্তমান সক্ৰিয় ৰোগীৰ বিপৰীতে ৩০,১৫২জন আৰোগ্য হৈ হস্পিটেলৰ পৰা মুকলি হৈছে।
ইয়াৰ বিপৰীতে এই মহামাৰীত এতিয়া পৰ্যন্ত ২,৭৫২জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে আজি পুৱা এই তথ্য প্ৰকাশ কৰে।উল্লেখযোগ্য যে ভাৰতৰ সুস্থ হোৱাৰ হাৰৰ উন্নতি ঘটি ৩৫ শতাংশ হোৱা বুলিও সূত্ৰত












