ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঘণ্টাত ১৯৫ কিলোমিটাৰ বেগেৰে আহি আছে মহা ঘূৰ্ণিবতাহ ‘আমফান’ : সকলোধৰণৰ সাহায্যৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ

ASSAM TIMES POST by ASSAM TIMES POST
May 19, 2020
Reading Time: 1 min read
A A
0
ঘণ্টাত ১৯৫ কিলোমিটাৰ বেগেৰে আহি আছে মহা ঘূৰ্ণিবতাহ ‘আমফান’ : সকলোধৰণৰ সাহায্যৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ

0 1 e1574345654996 6 1 2 2 14 10 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

নিউজ ডেক্স

ক’ৰোনা মহামাৰীৰ মাজতে এইবাৰ আহিল ছুপাৰ ছাইক্ল’ন ‘আমফান’৷ বংগোপসাগৰত ক্ৰমশঃ শক্তি বৃদ্ধি পাইছে এই ঘূৰ্ণিবতাহৰ৷ অহা বুধবাৰে পাবহি স্থলভাগ৷ গতিপথ ওড়িশ্যা আৰু পশ্চিম বংগ৷ পূৰ্বৰ ‘ফণী’ বা ‘বুলবুল’তকৈ ভয়ংকৰ এই ছুপাৰ ছাইক্ল’ন বা মহা ঘূৰ্ণিবতাহ৷

২০ মে’ অৰ্থাৎ বুধবাৰে ছুপাৰ ছাইক্ল’ন বা মহা ঘূৰ্ণিবতাহ পাবহি ভূখণ্ড৷ দেওবাৰে ইয়াৰ গতিবেগ আছিল প্ৰতি ঘণ্টাত ৯ কিলোমিটাৰ৷ সোমবাৰে হয়গৈ প্ৰতি ঘণ্টাত ১৩ কিলোমিটাৰ৷ মঙলবাৰে হ’বগৈ প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ৷ আনহাতে এই মহা ঘূৰ্ণিবতাহ স্থলভাগ পোৱাৰ পাছত প্ৰতি ঘণ্টাত ১৬৫-১৭৫ কিলোমিটাৰ বেগ হ’ব৷ তাৰ পাছত প্ৰতি ঘণ্টাত ১৯৫ কিলোমিটাৰ হ’বগৈ৷

আনহাতে উপকূলীয় এলেকাত প্ৰৱল বৰষুণ হ’ব৷ মঙলবাৰৰ পৰা ২১ মে’ পৰ্যন্ত মৎস্যজীৱীসকলক সমুদ্ৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কেতবোৰ ঠাইৰ পৰা বাসিন্দাসকলক স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে৷

ওড়িশ্যা আৰু পশ্চিম বংগ চৰকাৰে সতৰ্কতা জাৰি কৰিছে৷ সাজু কৰা হৈছে দুৰ্যোগ মোকাবিলা বাহিনী৷ পূৰ্বৰ ‘বুলবুল’ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে৷ সতৰ্ক থাকিবলৈ কোৱা হৈছে উপকূলৰক্ষী বাহিনীক৷ এই পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উচ্চ পৰ্যায়ৰ বৈঠক কৰিছে৷ কেন্দ্রীয় চৰকাৰে ক্ষতিগ্ৰস্ত এলেকাত সকলোধৰণৰ সাহায্য আগবঢ়াব বুলি উল্লেখ কৰিছে৷

Tags: Featured2
Share28Tweet3Send

Related Posts

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

by News Desk
July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

by News Desk
July 8, 2026
50
Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি
National-International

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

by News Desk
July 8, 2026
50
Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ
National-International

Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

by News Desk
July 8, 2026
50
Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক
National-International

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

by News Desk
July 8, 2026
50
JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত
National-International

JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত

by News Desk
July 8, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx