ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰোনা ভাইৰাছক লৈ নিৰপেক্ষ তদন্তৰ দাবী ভাৰতসহ ৬২ খন দেশৰ

ASSAM TIMES POST by ASSAM TIMES POST
May 19, 2020
Reading Time: 1 min read
A A
0
ক’ৰোনা ভাইৰাছক লৈ নিৰপেক্ষ তদন্তৰ দাবী ভাৰতসহ ৬২ খন দেশৰ

0 1 e1574345654996 6 1 2 2 14 10 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নিউজ ডেস্ক:

ক’ৰ পৰা আৰু কি দৰে আহিল ক’ৰোনা ভাইৰাছ৷ মানুহে সৃষ্টি কৰা নেকি এই ভাইৰাছ৷ জিনগতভাৱে ইয়াৰ কিবা পৰিবৰ্তন ঘটোৱা হৈছেনেকি? বিশ্বজুৰি সংক্ৰমণ হোৱাৰ পাছত এনে প্ৰশ্ন বিভিন্ন মহলত উত্থাপন হৈছে৷ আমেৰিকাই বাৰম্বাৰ দাবী কৰি আছে ক’ৰোনা ভাইৰাছ চীনৰ সৃষ্টি৷ কেৱল এয়াই নহয়, ইয়াক লৈ তথ্য গোপন কৰিছে চীনে৷

ইয়াৰ বিপৰীতে বিশ্ব স্বাস্থ্য সংস্থাই এই অভিযোগ নস্যাৎ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কোনো কাৰণতে মানৱ সৃষ্ট নহয় এই ভাইৰাছ৷ তাৰ মাজতো সকলোৰে সন্দেহ এই ভাইৰাছৰ উৎসলৈ৷ এইবাৰ ক’ৰোনা ভাইৰাছক লৈ নিৰপেক্ষ তদন্ত দাবী কৰিছে অষ্ট্ৰেলিয়া, জাপান, কানাডা, ব্ৰিটেইন, দক্ষিণ কোৰিয়া, ব্ৰাজিল আৰু ভাৰতসহ ৬২খন দেশে৷ ক’ৰোনা ভাইৰাছ ক’ৰ পৰা আহিল তাকে লৈ নিৰপেক্ষ তদন্তৰ যৌথ উদ্যোগ ল’লে অষ্ট্ৰেলিয়া আৰু ইউৰোপীয় ইউনিয়নে৷

আনহাতে ক’ভিড-১৯কলৈ বিশ্ব স্বাস্থ্যসংস্থাৰ প্ৰতিক্ৰিয়াক লৈও নিৰপেক্ষ তদন্তৰ আহ্বান জনোৱা হৈছে৷ ইয়াকে লৈ খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছে৷ তাত কোৱা হৈছে ক’ৰোনা ভাইৰাছৰ সংকটকলৈ নিৰপেক্ষ, স্বাধীন আৰু সবিশেষ তদন্ত হোৱাৰ প্ৰয়োজন৷

প্ৰয়োজন সদস্য দেশবোৰৰ সৈতে আলোচনা কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ দিশ স্থিৰ কৰাৰ আহ্বান জনোৱা হৈছে এই প্ৰস্তাৱত৷ কেৱল এয়াই নহয়, এই ভাইৰাছৰ সংক্ৰমণ ৰোধত কিমানটা নিৰপেক্ষ পদক্ষেপ লোৱা হৈছিল তাক লৈও তদন্তৰ প্ৰস্তাৱ দিয়া হৈছে খচৰাত৷

সোমবাৰে ৭৩ সংখ্যক ৱ’ৰ্ল্ড হেল্থ এছেম্বলিৰ বৈঠক অনুষ্ঠিত হয়৷ তাতেই অংশ লয় ভাৰতে৷ প্ৰথমদিনা অষ্ট্ৰেলিয়া আৰু ইউৰোপীয় ইউনিয়ন দেশবোৰে এই বিষয়ে নিৰপেক্ষ তদন্তৰ দাবী কৰি আছিল৷ ইয়াকে বিভিন্ন দেশৰ প্ৰতিক্ৰিয়া আৰু সমৰ্থন গোটোৱাৰ কামত নামিছিল৷ অৱশেষত এটা জোঁটে তদন্তত যোগ দিছে ভাৰতসহ ৬২খন দেশে৷ এই তদন্তৰ খচৰা প্ৰস্তাৱত ভাৰতৰ উপৰি জাপান, ব্ৰিটেইন, নিউজীলেণ্ড, দক্ষিণ কোৰিয়া, ব্ৰাজিল আৰু কানাডাৰ দৰে দেশবোৰে৷

Tags: Featured2
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx