ASSAM TIMES POST
নিউজ ডেস্ক:
সুস্থ হৈ উঠিছে আকৌ ৬ জন পূৰ্বৰ ক’ৰোণা আক্ৰান্ত ৰোগী। উক্ত ৬ গৰাকী ব্যক্তি গুৱাহাটী জি.এম.চি.এইচৰ। টুইটযোগে এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭৯৪ জন আৰু সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ১০৯ জন।













