ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত পুনৰবাৰ নতুনকৈ আক্ৰান্ত হৈছে ৪৩ জন। ইয়াৰে ৫ গৰাকী ধুবুৰী, ৫ গৰাকী গোলাঘাটৰ, ৩ গৰাকী হৈছে বৰপেটাৰ, ১ গৰাকী বঙাইগাঁওৰ আৰু ২৯ গৰাকী ভিন্ন জিলাৰ (যাৰ স্পষ্টীকৰণ কৰা হোৱা নাই)।

ইয়াৰ সৈতে বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ১১০০ জন আৰু ১২৫ জন লোক বৰ্তমান সূস্থ হৈ উঠিছে।













