ASSAM TIMES POST
অসমত পুনৰ ৩১গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ২০জন বিমানেৰে বহিঃৰাজ্যৰ পৰা অহা লোক।বাকী ১১জন মৰিগাঁৱৰ বুলি জানিব পৰা গৈছে। টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১২১৬লৈ বৃদ্ধি।













